ETV Bharat / sitara

সিদ্ধান্ত চৰ্তুবদীয়ে শ্বেয়াৰ কৰিলে নিজৰ মিমছ

author img

By

Published : Jul 15, 2020, 9:01 PM IST

ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ মিমছ ভাইৰেল হোৱাৰ ট্ৰেণ্ড অব্যাহত আছে ৷ কিন্তু কোনে নিজক লৈ বনোৱা মিমছ শ্বেয়াৰ কৰিব পাৰে ? এনেকুৱা এক ৰসিক কামেই কৰিছে অভিনেতা সিদ্ধান্ত চৰ্তুবদীয়ে ৷জানিবলৈ পঢ়ক.....

siddhant chaturvedi shares memes on himself
সিদ্ধান্ত চৰ্তুবদীয়ে নিজেই শ্বেয়াৰ কৰিলে নিজৰ মিমছ

চিটাৰা ডেস্ক,15 জুলাইঃ নিজৰ মিমছ এইবাৰ নিজেই শ্বেয়াৰ কৰিছে অভিনেতা সিদ্ধান্ত চৰ্তুবদীয়ে ৷ নিজৰ হাঁহিব পৰা ধৰণৰ তেওঁৰ এই বিশেষ গুণে আকৰ্ষিত কৰিছে তেওঁৰ অনুৰাগীসকলক ৷ অভিনেতা গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিছে নিজক লৈ বনোৱা মিমছসমূহ ৷

অভিনেতা গৰাকীৰ কামৰ কথালৈ চালে, শীঘ্ৰেই আহি আছে তেওঁৰ আগন্তুক ছবি বান্টি অৰ বাবলী ৷ তেওঁৰ এই ছবিখন 2005 চনত নিৰ্মিত ছবি বান্টি অৰ বাবলীৰ চিকুৱেল ৷

ইয়াৰোপৰি তেওঁৰ আগন্তুক দিনত একেলগে দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে ৷ শকুন বত্ৰাৰ দ্বাৰা নিৰ্মিত হ'ব তেওঁৰ এই বিশেষ ছবিখন ৷ নিজৰ মিমছ এইবাৰ নিজেই শ্বেয়াৰ কৰিছে অভিনেতা সিদ্ধান্ত চৰ্তুবদীয়ে ৷ নিজৰ হাঁহিব পৰা ধৰণৰ তেওঁৰ এই বিশেষ গুণে আকৰ্ষিত কৰিছে তেওঁৰ অনুৰাগীসকলক ৷ অভিনেতা গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিছে নিজক লৈ বনোৱা মিমছসমূহ ৷

লগতে পঢ়কঃকৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.