ETV Bharat / sitara

Father's Day Special: পিতৃ দিৱসত কি উপহাৰ দিলে অভিনেতা শ্বাহৰুখে !

বলিউড বাদশ্বাহ শ্বাহৰুখ খানেও পিতৃ দিৱস উপলক্ষে হাতত ল'লে এক নতুন পদক্ষেপ ৷ নাৰী সুৰক্ষাৰ বাবে অভিনেতাজনৰ এই পদক্ষেপ ৷ শ্বাহৰুখ খানৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ সোঁৱৰণত চলি অহা মীৰ ফাউণ্ডেচনে এটি নতুন ৱেবচাইট মুকলি কৰে ৷

শ্বাহৰুখ খান
author img

By

Published : Jun 16, 2019, 11:17 PM IST

নিউজ ডেস্ক, 16 জুনঃ দেওবাৰে বিশ্বজুৰি পালন কৰা হৈছে পিতৃ দিৱস ৷ পিতৃ দিৱস উপলক্ষে বলিউড জগতৰ বহু কেইজন অভিনেতা-অভিনেত্ৰীয়ে নিজ নিজ পিতৃক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷ বলিউড বাদশ্বাহ শ্বাহৰুখ খানেও পিতৃ দিৱস উপলক্ষে হাতত ল'লে এক নতুন পদক্ষেপ ৷ নাৰী সুৰক্ষাৰ বাবে অভিনেতাজনৰ এই পদক্ষেপ ৷ শ্বাহৰুখ খানৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ সোঁৱৰণত চলি অহা মীৰ ফাউণ্ডেচনে এটি নতুন ৱেবচাইট মুকলি কৰে ৷ 2013 চনত স্থাপন হোৱা মীৰ ফাউণ্ডেচনে মুকলি কৰা ৱেবচাইটৰ জৰিয়তে এচিড আক্ৰান্ত হোৱা মহিলাসকলক বিশেষকৈ সহায় কৰিব বুলি উল্লেখ কৰে ৷

আনহাতে, ৱেবচাইট সন্দৰ্ভত শ্বাহৰুখৰ মন্তব্য, "মই মানুহৰ বাবে বিশেষকৈ মহিলাসকলৰ বাবে কিবা এটা কৰিবলৈ অধিক আগ্ৰহী ৷ মোৰ সপোন যে মই মহিলাসকলৰ বাবে এনেকুৱা এক পৰিৱেশ গঢ়ি তুলিব বিচাৰো যিয়ে মহিলাসকলে অতীতক পাহৰি ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰে ৷" লগতে পিতৃ দিৱসৰ দিনাখন ৱেবচাইটো মুকলি কৰি আনন্দিত বুলিও ক’লে শ্বাহৰুখ খানে ৷

shahrukh khan launch meer foundation website on fathers day

Father's Day Special: পিতৃ দিৱসত কি উপহাৰ দিলে অভিনেতা শ্বাহৰুখে!

body: নিউজ ডেস্ক, 16 জুনঃ আজি বিশ্ব জুৰি পালন কৰা হৈছে পিতৃ দিৱস ৷  পিতৃ দিৱস উপলক্ষে বলিউড জগতৰ বহু কেইজন অভিনেতা-অভিনেত্ৰীয়ে নিজ নিজ পিতৃক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷ বলিউড বাদশ্বাহ শ্বাহৰুখ খানেও পিতৃ দিৱস উপলক্ষে হাতত ল'লে এক নতুন পদক্ষেপ ৷ নাৰী সুৰক্ষাৰ বাবে অভিনেতাজনৰ এই পদক্ষেপ ৷ শ্বাহৰুখ খানৰ পিতৃ মীৰ তাজ মহম্মদ খানৰ সোৱৰণত চলি অহা মীৰ ফাউণ্ডেচনে এটি নতুন ৱেবচাইট মুকলি কৰে ৷ 2013 চনত অনুষ্ঠিত হোৱা মীৰ ফাউণ্ডেচনে মুকলি কৰা ৱেবচাইটৰ জৰিয়তে এচিড আক্ৰান্ত হোৱা মহিলাসকলক বিশেষকৈ সহায় কৰিব বুলি উল্লেখ কৰে ৷

আনহাতে, ৱেবচাইট সন্দৰ্ভত শ্বাহৰুখৰ মন্তব্য, "মই মানুহৰ বাবে বিশেষকৈ মহিলাসকলৰ বাবে কিবা এটা কৰিবলৈ অধিক আগ্ৰহী ৷ মোৰ সপোন যে মই মহিলাসকলৰ বাবে এনেকুৱা এক পৰিৱেশ গঢ়ি তুলিব বিচাৰো যিয়ে মহিলাসকলে অতীতক পাহৰি ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰে ৷" লগতে পিতৃ দিবসৰ দিনাখন ৱেবচাইটো মুকলি কৰি আনন্দিত বুলিও কলে শ্বাহৰুখ খানে ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.