ETV Bharat / sitara

অসুস্থতাৰ পাচত পুনৰ শ্বুটিঙলৈ উভতিল সঞ্জয় দত্ত

author img

By

Published : Oct 16, 2020, 7:54 PM IST

পুনৰ শ্বুটিঙলৈ উভতিল অভিনেতা সঞ্জ দত্ত ৷ ইনষ্টাগ্ৰামৰ জৰিয়তে তিনিখন ফ'টো শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে ৷

Sanjay Dutt back in action gears up for KGF Chapter 2 shoot
অসুস্থতাৰ পাচত পুনৰ শ্বুটিঙলৈ উভতিল সঞ্জয় দত্ত

ছিটাৰা ডেস্ক, 16 অক্টোবৰ : অসুস্থতাৰ বাবে প্ৰায় দুমাহ ধৰি কামৰ পৰা বিৰতি লোৱা অভিনেতা সঞ্জয় দত্তই শুকুৰবাৰে জনায় যে, KGF Chapter 2 শ্বুটিঙৰ জৰিয়তে তেওঁ কৰ্মস্থলীলৈ উভতিছে ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে তিনিখন ফ'টো শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে ৷ লগতে কেপচন হিচাপে লিখে, "#Adheera! #KGFChapter2 ৷"

হেয়াৰষ্টাইলিষ্ট আলিম হাকিমৰ পৰা হেয়াৰকাট গ্ৰহণ কৰা এক ভিডিঅ' পোষ্ট কৰাৰ এদিন পাচতে এনেদৰে শ্বুটিঙলৈ উভতি অহাৰ কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে ৷

উল্লেখ্য যে,11 আগষ্টৰ দিনা 61 বৰ্ষীয় তাৰকাগৰাকীয়ে উশাহ-নিশাহত কষ্ট আৰু বুকুৰ বিষৰ বাবে চিকিৎসাধীন কৰা হৈছিল ৷ পাচলৈ তেওঁ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি জনাইছিল কোমল নাহটাই ৷ উল্লেখ্য যে,চিকিৎসাৰ বাবে ডুবাইও ভ্ৰমণ কৰিছিল দত্তই ৷

লগতে পঢ়ক : চেইফৰ সৈতে সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.