ETV Bharat / sitara

কামৰ পৰা সাময়িক বিৰতি লৈছে অভিনেতা সঞ্জয় দত্তে

author img

By

Published : Aug 11, 2020, 8:58 PM IST

সঞ্জয় দত্তে কিছু সময়ৰ পূৰ্বে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে প্ৰকাশ কৰিছে যে স্বাস্থ্যজনিত কাৰণত তেওঁ কিছু সময়ৰ বাবে বিৰতি লৈছে কামৰ পৰা ৷

sanjay dutt announces taking short break from work for some medical treatment
স্বাস্থ্যজনিত কাৰণত কামৰ পৰা সাময়িক বিৰতি লৈছে অভিনেতা সঞ্জয় দত্তে

চিটাৰা ডেস্ক,11 আগষ্টঃ শেহতীয়াকৈ বলীউড অভিনেতা সঞ্জয় দত্তে অব্যাহতি লাভ কৰিলে মুম্বাইৰ লীলাৱতী হাস্পতালৰ পৰা ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা অভিনেতা গৰাকী বৰ্তমান যথেষ্ট সুস্থ বুলি জানিবলৈ দিছে ৷

কিন্তু শেহতীয়াকৈ ছ'চিয়েল মিডিয়া একাউন্ট যোগে জনাইছে কিছু সময়ৰ বাবে স্বাস্থ্যজনিত কাৰণত তেওঁ কামৰ পৰা সাময়িক বিৰতি লৈছে ৷ বৰ্তমান অভিনেতা গৰাকীৰ কাষত আছে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গ ৷

উল্লেখ্য যে, 8 আগষ্টৰ দিনা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে জনপ্ৰিয় অভিনেতা গৰাকীক ভৰ্ত্তি কৰা হৈছিল মুম্বাইৰ লীলাৱতী হাস্পতালত ৷ তাতেই তেওঁৰ কৰ'ণা পৰীক্ষণো কৰা হৈছিল, অৱশ্যে তেওঁৰ কৰ'ণা পৰীক্ষণ নিগেটিভ আহিছিল ৷ স্বাস্থ্যৰ উন্নতি ঘটাত 10 আগষ্টত অব্যাহতি দিয়া হৈছিল মুম্বাইৰ লীলাৱতী হাস্পতালৰ পৰা ৷

লগতে পঢ়কঃআহি আছে নাৱাজুদ্দিন ছিদ্দিকিৰ নতুন চিনেমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.