ETV Bharat / sitara

RRR ৰ বাবে আলিয়াৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ

author img

By

Published : Mar 15, 2021, 2:19 PM IST

বহু প্ৰত্যাশিত ছবি RRR ৰ বাবে অভিনেত্ৰী আলিয়া ভাটৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ ৷ অভিনেত্ৰী গৰাকীৰ 28 বছৰীয়া জন্মদিন উপলক্ষে RRR টিমে ছবিখনৰ বাবে তেঁওৰ ফাৰ্ষ্ট লুকত শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷

RRR makers drop Alia Bhatt's first look as Sita on her birthday
RRR ৰ বাবে আলিয়াৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ

চিটাৰা ডেস্ক, 15 মাৰ্চ: 28 বছৰত ভৰি দিলে বলিউডৰ প্ৰতিভাশালী অভিনেত্ৰী আলিয়া ভাটে ৷ 28 বছৰত ভৰি দিয়া অভিনেত্ৰী গৰাকীয়ে তেঁওৰ আহিব লগীয়া ছবি RRR ৰ টিমৰ ফালৰ পৰা এক বিশেষ উপহাৰেৰে এইবাৰৰ জন্মদিন উদযাপন কৰিব ৷

ছবিখনৰ বাবে বাৰ্থদে গাৰ্ল আলিয়াৰ প্ৰথমটো লুক RRR টিমে শ্বেয়াৰ কৰিছে ৷ জানিব পৰা মতে, বহু প্ৰত্যাশিত ছবি RRR ৰ বাবে আলিয়াৰ অনুৰাগী সকলৰ আগ্ৰহ আৰু উৎসুকতাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে RRR টিমে আলিয়াই ৰূপায়ন কৰিব লগীয়া সীতাৰ চৰিত্ৰৰ এটি আভাস অনুৰাগী সকলৰ লগত শ্বেয়াৰ কৰে ৷

সীতা চৰিত্ৰত আলিয়া ভাটৰ ফটো শ্বেয়াৰ কৰি RRR টিমে ছবিখনৰ অফিচিয়েল ইনষ্টাগ্ৰামযোগে আলিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ কৰণ জোহৰৰ ষ্টুডেন্ট অফ দ্য ইয়েৰ ছবিৰে অভিনয় জগতত খোজ পেলোৱা অভিনেত্ৰী গৰাকীয়েও ইনষ্টাগ্ৰামযোগে ছবিখনৰ বাবে তেঁওৰ ফাৰ্ষ্ট লুক অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ৷

লগতে পঢ়ক: আকৌ প্ৰেমত পৰিছে ছুজেন খান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.