ETV Bharat / sitara

অচিৰেই মুক্তিৰ পথত 'চাইলেন্স কেন ইউ হিয়াৰ ইট' - জি-৫ ত মুক্তি লাভ কৰিব

এক ৰহস্যজনক হত্যাৰ আধাৰত নিৰ্মিত ছবি 'চাইলেন্স কেন ইউ হিয়াৰ ইট' অচিৰেই জি-৫ ত মুক্তি লাভ কৰিব ।

প্ৰাচী দেশাই
প্ৰাচী দেশাই
author img

By

Published : Feb 18, 2021, 4:03 PM IST

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: এক ৰহস্যজনক হত্যাৰ আধাৰত নিৰ্মিত ছবি 'চাইলেন্স কেন ইউ হিয়াৰ ইট'ত অভিনয় কৰিছে বলিউড অভিনেত্ৰী প্ৰাচী দেশাইৰ লগতে মনোজ বাজপেয়ীয়ে । অচিৰেই মুক্তিৰ পথত ছবিখন ।

ছবিখনত অভিনয় কৰিবলৈ পায় নিজকে সুখী অনুভৱ কৰে অভিনেত্ৰীগৰাকীয়ে । ছবিখনৰ সকলো কলা-কুশলী আৰু কৰ্মচাৰীৰ সৈতে একেলগে কাম কৰি নথৈ আনন্দিত ক’লে প্ৰাচীয়ে । সকলোকে এই ছবিখন চাবলৈকো অনুৰোধ জনালে অভিনেত্ৰী প্ৰাচীয়ে ।

ছবিখনত অৰ্জুন মাথুৰ আৰু চাহিল বৈদেও অভিনয় কৰিছে । চলিত বৰ্ষৰ মাৰ্চ মাহত জি-৫ ত মুক্তি লাভ কৰিব ছবিখন । এগৰাকী মহিলাক ৰহস্যজনকভৱে হত্যা কৰা এক ঘটনাৰ আলমত নিৰ্মাণ কৰা হৈছে 'চাইলেন্স কেন ইউ হিয়াৰ ইট' ।

লগতে পঢ়ক: ‘লাইফ ইন্‌ এ পাপেট’ৰ আন এক সাফল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.