ETV Bharat / sitara

Chiranjeevi diagnosed corona positive: দ্বিতীয়বাৰৰ বাবে ক’ৰণাত আক্ৰান্ত চিৰঞ্জীৱী

author img

By

Published : Jan 27, 2022, 3:04 PM IST

মেগাষ্টাৰ চিৰঞ্জীৱী দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হ’ল ক’ভিড-19 ত (Chiranjeevi diagnosed with corona for second time) ৷ বুধবাৰে টুইটাৰৰ জৰিয়তে তেওঁ ক’ৰণা পজিটিভ হোৱাৰ কথা প্ৰকাশ কৰে ৷ ক’ভিড-19ৰ সাধাৰণ লক্ষণ তেওঁৰ দেহত ধৰা পৰিছিল বুলিও লগতে জানিবলৈ দিয়ে তেলেগু মেগাষ্টাৰ গৰাকীয়ে ৷

Chiranjeevi Diagnosed with covid
দ্বিতীয়বাৰৰ বাবে ক’ৰণাত আক্ৰান্ত চিৰঞ্জীৱী

চিটাৰা ডেস্ক, 27 জানুৱাৰী : দ্বিতীয় বাৰৰ কাৰণে ক’ৰণাত আক্ৰান্ত হ’ল তেলেগু মেগাষ্টাৰ চিৰঞ্জীৱী (Chiranjeevi diagnosed corona for second time) ৷ বুধবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিলে অভিনেতাজনে ৷

বৰ্তমানে হোম আইচ’লেচনত আছে চিৰঞ্জীৱী ৷ টুইটাৰ যোগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ কৰে অভিনেতা গৰাকীয়ে ৷

  • Dear All,

    Despite all precautions, I have tested Covid 19 Positive with mild symptoms last night and am quarantining at home.

    I request all who came in contact with me over the last few days to get tested too.

    Can’t wait to see you all back soon!

    — Chiranjeevi Konidela (@KChiruTweets) January 26, 2022 " class="align-text-top noRightClick twitterSection" data="

Dear All,

Despite all precautions, I have tested Covid 19 Positive with mild symptoms last night and am quarantining at home.

I request all who came in contact with me over the last few days to get tested too.

Can’t wait to see you all back soon!

— Chiranjeevi Konidela (@KChiruTweets) January 26, 2022 ">

বিগত বছৰতো এই মহামাৰীত আক্ৰান্ত হৈছিল তেলেগু মেগাষ্টাৰ গৰাকী (Chiranjeevi diagnosed corona positive) ৷ মুক্তিৰ অপেক্ষাত আছে তেওঁৰ ছবি ‘আচাৰ্য’ ৷ ক’ৰণাৰ বাবে পিছুৱাই ৰখা হৈছে ছবিখনৰ মুক্তিৰ দিন ৷ পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলে ছবিখনে 1 এপ্ৰিলত মুক্তি লাভ কৰিব ৷ গডফাডাৰ আৰু ভোলা শংকৰ নামেৰে দুখনকৈ ছবি তেওঁৰ হাতত আছে ৷

লগতে পঢ়ক: Siddhant lends his jacket to Ananya : চেঁচা বতাহছাটি গাতে মেৰিয়াই অনন্যাৰ কাৰণে জেকেট খুলি দিলে সিদ্ধান্তে

চিটাৰা ডেস্ক, 27 জানুৱাৰী : দ্বিতীয় বাৰৰ কাৰণে ক’ৰণাত আক্ৰান্ত হ’ল তেলেগু মেগাষ্টাৰ চিৰঞ্জীৱী (Chiranjeevi diagnosed corona for second time) ৷ বুধবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিলে অভিনেতাজনে ৷

বৰ্তমানে হোম আইচ’লেচনত আছে চিৰঞ্জীৱী ৷ টুইটাৰ যোগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ কৰে অভিনেতা গৰাকীয়ে ৷

  • Dear All,

    Despite all precautions, I have tested Covid 19 Positive with mild symptoms last night and am quarantining at home.

    I request all who came in contact with me over the last few days to get tested too.

    Can’t wait to see you all back soon!

    — Chiranjeevi Konidela (@KChiruTweets) January 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিগত বছৰতো এই মহামাৰীত আক্ৰান্ত হৈছিল তেলেগু মেগাষ্টাৰ গৰাকী (Chiranjeevi diagnosed corona positive) ৷ মুক্তিৰ অপেক্ষাত আছে তেওঁৰ ছবি ‘আচাৰ্য’ ৷ ক’ৰণাৰ বাবে পিছুৱাই ৰখা হৈছে ছবিখনৰ মুক্তিৰ দিন ৷ পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলে ছবিখনে 1 এপ্ৰিলত মুক্তি লাভ কৰিব ৷ গডফাডাৰ আৰু ভোলা শংকৰ নামেৰে দুখনকৈ ছবি তেওঁৰ হাতত আছে ৷

লগতে পঢ়ক: Siddhant lends his jacket to Ananya : চেঁচা বতাহছাটি গাতে মেৰিয়াই অনন্যাৰ কাৰণে জেকেট খুলি দিলে সিদ্ধান্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.