চিটাৰা ডেস্ক,17 ফেব্ৰুৱাৰীঃ দেওবাৰে নিশা লেকমি ফেশ্যন ৱিক চামাৰ ৰিৰ্চোট 2020ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে বলীউড ডিভা কৰীণা কাপুৰ খানে ৷
লেকমি ফেশ্যন ৱিক, গ্ৰেণ্ড ফাইনেল যি ভৱিষ্যতৰ ফেশ্যন সন্দৰ্ভত অনুষ্ঠিত হৈছিল ৷ দিল্লীস্থিত ফেশ্যন ডিজাইনাৰে কৰীণা কাপুৰক নিজৰ শ্ব'ষ্টপাৰ ৰূপত উপস্থাপন কৰে ৷ এই ছিজনৰ লেকমি থিম #Betterin3D হিচাপে লৈ নিজৰ কালেকচন প্ৰকাশ কৰে ডিজাইনাৰে ৷
LAKME FASHION WEEKৰ সামৰণি অনুষ্ঠানৰ শ্বুটিঙ সম্পন্ন হয় ইতিহাস প্ৰসিদ্ধ তথা বলীউডৰ বহু ছবি নিৰ্মাতাৰ প্ৰিয় ঠাই মুকেশ মিলছত ৷
লগতে পঢ়কঃফিল্মফেয়াৰ এৱাৰ্ড-2020ঃ ৰনবীৰ সিং আৰু আলিয়ালৈ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান