ETV Bharat / sitara

কংগনা বনাম Entertainment Journalist

কংগনা ৰানাউটক নিষিদ্ধ কৰি ৰখা সিদ্ধান্তক সঠিক বুলি মন্তব্য কৰে ৷ 7 জুলাইত কংগনায়ে PTI ৰ এগৰাকী সাংবাদিক জাষ্টিন ৰাওৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল ৷ কংগনায়ে কয় যে ৰাওৱে তেওঁৰ ছবি মণিকৰ্ণিকাৰ বিষয়ে বেয়াকৈ প্ৰচাৰ কৰিছিল ৷

কংগনা VS Entertainment Journalist Guild
author img

By

Published : Jul 14, 2019, 11:47 PM IST

নিউজ ডেস্ক: প্ৰেছ ক্লাব অব ইণ্ডিয়ায়ে Entertainment Journalist Guild ৰ প্ৰতি সমৰ্থন জনাই কংগনা ৰানাৱটক নিষিদ্ধ কৰি ৰখা সিদ্ধান্তক সঠিক সিদ্ধান্ত বুলি মন্তব্য কৰে ৷ 7 জুলাইত কংগনায়ে PTI ৰ এগৰাকী সাংবাদিক জাষ্টিন ৰাওৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল ৷ কংগনায়ে কয় যে ৰাওৱে তেওঁৰ ছবি মণিকৰ্ণিকাৰ বিষয়ে বেয়াকৈ প্ৰচাৰ কৰিছিল ৷
উল্লেখ্য যে, কংগনায়ে Entertainment Journalist Guildক আইনী জাননী প্ৰেৰণ কৰে ৷ তেওঁ জাননীখনত Entertainment Journalist Guild ৰ বিৰুদ্ধে মানহানিৰ অভিযোগ উত্থাপন কৰিছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.