ETV Bharat / sitara

শীঘ্ৰেই অটিটি প্লেটফৰ্মত মুক্তি পাব জাহ্নৱী কাপুৰৰ গুঞ্জন চাক্সেনা

author img

By

Published : Jun 9, 2020, 5:11 PM IST

নেট ফ্লিক্সত মুক্তি পাব জাহ্নৱী কাপুৰৰ নতুন ছবি গুঞ্জন চাক্সেনা দ্য কাৰ্গিল গাৰ্ল ৷ নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে এই কথা প্ৰকাশ কৰে ছবি নিৰ্মাতা কৰণ জোহৰে ৷

janhvi kapoor film gunjan saxena the kargil girl will release on netflix
শীঘ্ৰেই অটিটি প্লেটফৰ্মত মুক্তি পাব জাহ্নৱী কাপুৰৰ গুঞ্জন চাক্সেনা

চিটাৰা ডেস্ক,9 জুনঃ মুক্তিৰ পথত বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰৰ ছবি গুঞ্জন চাক্সেনা ৷ ছবি নিৰ্মাতা কৰণ জোহৰে শেহতীয়াকৈ প্ৰকাশ কৰে যে, শীঘ্ৰেই নেট ফ্লিক্সত মুক্তি পাব জাহ্নৱী কাপুৰ অভিনীত এই ছবিখন ৷

janhvi kapoor film gunjan saxena the kargil girl will release on netflix
ছবি গুঞ্জন চাক্সেনাৰ প'ষ্টাৰ

কৰণ জোহৰে টুইটাৰ যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখে,"যাৰ প্ৰেৰণাদায়ক যাত্ৰাই ইতিহাস ৰচিছে -এইটো তেওঁৰ কাহিনী ৷ গুঞ্জন চাক্সেনা দ্য কাৰ্গিল গাৰ্ল, শীঘ্ৰেই আহি আছে নেট ফ্লিক্সত ৷ " প'ষ্টটোৰ লগতে কৰণ জোহৰে ছবিখনৰ এখন প'ষ্টাৰো প্ৰকাশ কৰে ৷ য'ত ছবিখনত গুঞ্জন চাক্সেনাৰ চৰিত্ৰ ৰূপায়ণ কৰা জাহ্নৱী কাপুৰে হেলিকপ্টাৰ উৰুৱাই থকা পৰিলক্ষিত হৈছে ৷

এইখিনিতে জনাই থও যে,এই ছবিখন ভাৰতীয় বায়ু সেনা বাহিনীৰ পায়লট গুঞ্জন চাক্সেনাৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত ৷

লগতে পঢ়কঃ লক ডাউনৰ মাজতে চনু চুড হৈ পৰিল ৰিলেশ্বনশ্বিপ গুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.