ETV Bharat / sitara

IIFA 2022 : আবুধাবিত আইফা এৱাৰ্ডৰ আঁত ধৰিব বলীউডৰ তিনি অভিনেতাই

author img

By

Published : Mar 8, 2022, 1:35 PM IST

দুবছৰৰ মূৰত হিন্দী ছবিজগতৰ সমূহ কলা-কুশলী সমবেত হ’ব একেখন মঞ্চত ৷ হিন্দী ছবিজগতৰ উৎকৃষ্ট প্ৰদৰ্শনসমূহক সন্মান জনোৱাৰ উদ্দেশ্যৰে দুবছৰৰ মূৰত আবুধাবিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে - আইফা 2022 (IIFA 2020 will be held in Abu Dhabi) ৷ এই অনুষ্ঠানত ছলমান খান, ৰিতেশ দেশমুখ আৰু বৰুণ ধৱনে আঁত ধৰিব (Host of IIFA 2022) ৷

host
হ’ষ্টৰ ৰূপত দুই তাৰকা

চিটাৰা ডেস্ক, 8 মাৰ্চ : আবুধাবিৰ য়াছ আইলেণ্ডত আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আইফা) বঁটাৰ ২২ তম সংস্কৰণ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ চলিত বৰ্ষৰ ২০-২১ মে'ত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই কাৰ্যসূচী (IIFA 2020will be held in Abu Dhabi) ৷

আইফাৰ বঁটা প্ৰদান অনুষ্ঠানত গোট খাব চলচ্চিত্ৰৰ সৈতে জড়িত সকলো ব্যক্তি ৷ এই অনুষ্ঠানৰ আঁত ধৰিব ছলমান খান, ৰিতেশ দেশমুখ আৰু বৰুণ ধৱনে (Host of IIFA 2022) ৷

IIFA 2020
আবুধাবিত আইফা হ’ষ্ট কৰিব তিনি বলীউড অভিনেতাই

য়াছ আইলেণ্ডক নিজৰ প্ৰিয় গন্তব্য স্থান বুলি কৈ বলীউডৰ ভাইজানে জনালে যে, তেওঁ আইফা 2022 ৰ অংশ হ’বলৈ পাই নিজকে ধন্য মানিছে ৷ চলমানে লগতে অনুষ্ঠানটো হ’ষ্ট কৰাৰ কথাও প্ৰকাশ কৰিলে (Host of IIFa 2022) ৷

ছলমানৰ সৈতে মেগা ইভেণ্টটো হ’ষ্ট কৰিব ৰিতেশ দেশমুখে (Who will host IIFA 2022) ৷ অনুষ্ঠানটোৰ বাবে অপেক্ষা কৰি থকা ৰিতেশে ক’লে, "আইফা 2022 ৰ অংশ হ'বলৈ পাই মই উৎসাহিত । বহু দীঘলীয়া বিৰতিৰ মূৰত অনুষ্ঠিত হ’বলৈ ওলোৱা বাবে এই অনুষ্ঠানটো এইবাৰ বিশেষ । অনুষ্ঠাটো মই চলমান খানৰ সৈতে হ’ষ্ট কৰিবলৈ যথেষ্ট উৎসাহী হৈ আছোঁ" ৷

অভিনেতা বৰুণ ধৱনে কয়, "আইফাত প্ৰদৰ্শন কৰাটো সদায়েই এক আনন্দৰ বিষয় । মহামাৰীৰ বাবে আমি সকলোৱে আইফা অনুষ্ঠিত কৰিব পৰা নাছিলো ৷ এতিয়া ইমান সময়ৰ মূৰত আইফা 2022 ধুমধামেৰে উদযাপন কৰা হ’ব আৰু মই ইয়াৰ অংশ হ'বলৈ পাই অত্যন্ত সুখী (bollywood Actors in IIFA)" ৷

উল্লেখ্য যে, অনুষ্ঠানটো আবু ধাবিৰ য়াছ দ্বীপৰ ইয়েছ বে ৱাটাৰফ্ৰণ্টৰ অংশ ইতিহাদ এৰেনাত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: বাহুবলী-3 সন্দৰ্ভত প্ৰভাসে দিলে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.