ETV Bharat / sitara

9 অক্টোবৰত নেটফ্লিক্সত আহি আছে ‘Ginny Weds Sunny’

author img

By

Published : Sep 21, 2020, 7:56 AM IST

অভিনেত্ৰী য়ামী গৌতম আৰু অভিনেতা বিক্ৰান্ত মেচীৰ ‘Ginny Weds Sunny’ ছবিখনে অহা 9 অক্টোবৰত অটিটি প্লেটফ’ৰ্মত মুক্তি লাভ কৰিব ৷ চ‘ছিয়েল মিডিয়াযোগে য়ামী আৰু নেটফ্লিক্স ইণ্ডিয়াই এই কথা উল্লেখ কৰে ৷

Ginny Weds Sunny to release on Netflix in October
9 অক্টোবৰত নেটফ্লিক্সত আহি আছে ‘Ginny Weds Sunny’

চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ: অহা 9 অক্টোবৰত নেটফ্লিক্সত মুক্তি লাভ কৰিব অভিনেত্ৰী য়ামী গৌতম আৰু অভিনেতা বিক্ৰান্ত মেচী অভিনীত ৰোমাণ্টিক-ক’মেডী ছবি ‘Ginny Weds Sunny’ ৷

ছবিখনৰ পৰিচালনাত আছে পৰিচালক পুনীত খান্না আৰু নিৰ্দেশক সুমীত আৰোৰা ৷ ইনষ্টাগ্ৰামযোগে এই ঘোষণা কৰি অভিনেত্ৰী য়ামীয়ে কয় যে, ‘‘9 অক্টোবৰত আপোনাৰ কাষলৈ আহি আছে GINNY আৰু SUNNY’’ ৷

ইয়াৰ লগতে, নেটফ্লিক্স ইণ্ডিয়াই ছবিখনৰ এটি গীতৰ টীজাৰৰ সৈতে টুইটাৰযোগে এইদৰে মন্তব্য কৰে, ‘‘LOLsৰ সৈতে এটা যুটিয়ে একেলগে সহবাস কৰে #GinnyWedsSunny’’৷

দিল্লী চহৰৰ Ginny আৰু Sunny নামৰ এটা যুটিয়ে কেৱল বিবাহকে লক্ষ্য হিচাপে লোৱাৰ ওপৰত ভিত্তি কৰি ছবিখনৰ কাহিনী প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে ৷

Soundrya Productionৰ বেনাৰত নিৰ্মিত ছবিখনত য়ামী আৰু বিক্ৰান্তৰ উপৰিও আয়েশা ৰাজা, সুহেইল নায়াৰ, ঈশা তলৱাৰ, ৰাজীৱ গুপ্তা, মেনকা কুৰুপ, মজেল ব্যাস আৰু গুৰপ্ৰীত চাইনীয়ে অভিনয় কৰিছে ৷

লগতে পঢ়ক: সুশান্তৰ প্ৰতিমূৰ্তি নিৰ্মান কৰাৰ বাবে সুশান্ত ৰায়ক ধন্যবাদ জ্ঞাপন সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.