চিটাৰা ডেস্ক,২৪আগষ্ট: অনুষ্টুপীয়াকৈ হ'লেও শ্ৰদ্ধা-ভক্তিৰ মাজেৰে সিদ্ধিদাতাক বিদায় দিলে বলীউড তাৰকাই। ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে গণপতি বিসৰ্জনৰ ফটো, ভিডিঅ' শ্বেয়াৰ কৰিলে ছুপাৰষ্টাৰ শ্বাহৰুখ খান, শিল্পা ছেট্টী, শ্ৰদ্ধা কাপুৰৰ লগতে আন বলীউড তাৰকাসকলেও।
- " class="align-text-top noRightClick twitterSection" data="
">
নিজৰ ঘৰতে পানীভৰ্তি টাবত সিদ্ধিবিনায়কক বিসৰ্জন কৰাৰ ফটো আৰু ভিডিঅ' অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে। ৫৪ বছৰীয়া পিতৃ শক্তি কাপুৰ আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে লগ হৈ ইক' ফ্ৰেইণ্ডলি শ্ৰী গণেশ ভগৱানৰ প্ৰতিমা বিসৰ্জন দিয়া দেখা গ'ল শ্ৰদ্ধাক।
পৰিৱেশ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি অভিনেত্ৰী শিল্পা ছেট্টীয়েও এইবাৰ ইক' ফ্ৰেইণ্ডলি সিদ্ধিদাতাৰ প্ৰতিমাত পূজা-অৰ্চনা আগবঢ়োৱা দেখা গ'ল। একেদৰে পৰিয়ালৰ সৈতে গণপতি বিসৰ্জনত অংশ ল'লে বলীউড তাৰকা আদৰ জৈনেও। গণপতি বিসৰ্জনৰ ফটো শ্বেয়াৰ কৰি টুইটত আদৰে কৈছে যে, বিদায় দিয়াতো সদায় কঠিন, অহা বছৰ পুনৰ আমাৰ ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি লৈহে আমি সিদ্ধিবিনায়কক বিদায় দিছো।
-
🌺🙏🏻‘गणपति बाप्पा मोरिया, अगले बरस तू जल्दी आ’🙏🏻🌺
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) August 23, 2020 " class="align-text-top noRightClick twitterSection" data="
Saying goodbye is always the hardest, especially when Gannu Raja is on His way home🙏🏻 Although it’s a rather quiet farewell this year... we’re sending Him only with a promise that He’ll be back next year with better times ❤️🙏🏻❤️ pic.twitter.com/5f8PkbEDnw
">🌺🙏🏻‘गणपति बाप्पा मोरिया, अगले बरस तू जल्दी आ’🙏🏻🌺
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) August 23, 2020
Saying goodbye is always the hardest, especially when Gannu Raja is on His way home🙏🏻 Although it’s a rather quiet farewell this year... we’re sending Him only with a promise that He’ll be back next year with better times ❤️🙏🏻❤️ pic.twitter.com/5f8PkbEDnw🌺🙏🏻‘गणपति बाप्पा मोरिया, अगले बरस तू जल्दी आ’🙏🏻🌺
— SHILPA SHETTY KUNDRA (@TheShilpaShetty) August 23, 2020
Saying goodbye is always the hardest, especially when Gannu Raja is on His way home🙏🏻 Although it’s a rather quiet farewell this year... we’re sending Him only with a promise that He’ll be back next year with better times ❤️🙏🏻❤️ pic.twitter.com/5f8PkbEDnw
বিগত ১০দিন ধৰি শ্ৰী গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বাবে সিদ্ধিবিনায়কক পূজা-অৰ্চনা আগবঢ়াই আহিছে ভক্তই। এতিয়া বিদায় ক্ষণত অশ্ৰুসিক্ত নয়নেৰে বিঘিনিনাশকক বিদায় জনালে সকলোৱে।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: বিদ্যা বালানৰ বাবে আমনিদায়ক ভাৰতীয় চলচিত্ৰত উপস্থাপিত মাতৃৰ চৰিত্ৰ