নিউজ ডেস্ক, 29 মে': লোকসভা নিৰ্বাচন সন্দৰ্ভত মুখ খুলিলে ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ৰাহুল গান্ধীক পদত্যাগ নকৰিবলৈ আহ্বান ছুপাৰষ্টাৰগৰাকীৰ ৷ উল্লেখ্য যে,অভিনেতাগৰাকীয়ে মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে এজন ব্যক্তি বিশেষৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে ৷ নৰেন্দ্ৰ মোডীৰ বাবেই সম্ভৱ হৈছে বিজেপিৰ জয়লাভ ৷ আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত কয়-কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দলৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ লোৱা সিন্ধান্ত শুদ্ধ নহয় ৷
লগতে ছুপাৰষ্টাৰ গৰাকীয়ে কয়, জৱাহাৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ পাচতে মোডী এজন এনেকুৱা ব্যক্তি যিয়ে জনসাধৰণক নিজৰ বক্তব্যৰে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷
পদত্যাগৰ পৰা বিৰত থাকক ৰাহুল গান্ধীঃ ৰজনীকান্ত - নৰেন্দ্ৰ মোডী
এজন ব্যক্তি বিশেষৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে ৷ নৰেন্দ্ৰ মোডীৰ বাবেই সম্ভৱ হৈছে বিজেপিৰ জয়লাভ ৷ আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত কয়-কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দলৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ লোৱা সিন্ধান্ত শুদ্ধ নহয় ৷
নিউজ ডেস্ক, 29 মে': লোকসভা নিৰ্বাচন সন্দৰ্ভত মুখ খুলিলে ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ৰাহুল গান্ধীক পদত্যাগ নকৰিবলৈ আহ্বান ছুপাৰষ্টাৰগৰাকীৰ ৷ উল্লেখ্য যে,অভিনেতাগৰাকীয়ে মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে এজন ব্যক্তি বিশেষৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে ৷ নৰেন্দ্ৰ মোডীৰ বাবেই সম্ভৱ হৈছে বিজেপিৰ জয়লাভ ৷ আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত কয়-কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দলৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ লোৱা সিন্ধান্ত শুদ্ধ নহয় ৷
লগতে ছুপাৰষ্টাৰ গৰাকীয়ে কয়, জৱাহাৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ পাচতে মোডী এজন এনেকুৱা ব্যক্তি যিয়ে জনসাধৰণক নিজৰ বক্তব্যৰে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷
পদত্যাগৰ পৰা বিৰত থাকক ৰাহুল গান্ধীঃ ৰজনীকান্ত
body: নিউজ ডেস্ক, 29 মে': লোকসভা নিৰ্বাচন সন্দৰ্ভত মুখ খুলিলে ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ৰাহুল গান্ধীক পদত্যাগ নকৰিবলৈ মন্তব্য ছুপাৰষ্টাৰ গৰাকীৰ ৷ উল্লেখ্য যে, অভিনেতা গৰাকীয়ে মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, এজন ব্যক্তি বিশেষৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে ৷ নৰেন্দ্ৰ মোডীৰ বাবেই সম্ভৱ হৈছে বিজেপিৰ জয়লাভ ৷ আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত কয়, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দলৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ লোৱা সিন্ধান্ত শুদ্ধ নহয় ৷