ETV Bharat / sitara

Article 15ৰ মুক্তিত বাধা ! - ইটিভি ভাৰত

প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুস্মান খুৰানা অভিনীত ছবি আৰ্টিকল 15 ৷ ব্ৰাহ্মণ সমাজক ছবিখনত ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে সমাজখনে ৷ পৰিচালক নিৰ্মাতা অনুভৱ সিনহাক 48 ঘণ্টাৰ ভিতৰত ব্ৰাহ্মণৰ নাম আঁতৰাবলৈ অথবা চিনেমাখন বন্ধ কৰিবলৈ সকীয়াই দিলে ব্ৰাহ্মণ সমাজে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ হুংকাৰ দিছে ব্ৰাহ্মণ সমাজে ৷

Article 15
author img

By

Published : Jun 26, 2019, 12:39 PM IST

নিউজ ডেস্ক,26 জুন : পুনৰ বাধাৰ সন্মুখীন বলীউদৰ ছবি ৷ চিনেমাত ব্ৰাহ্মণ সমাজৰ ভুল ছবি উপস্থাপন কৰাৰ অভিযোগ ৷ প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুস্মান খুৰানা অভিনীত ছবি আৰ্টিকল 15 ৷ ব্ৰাহ্মণ সমাজক ছবিখনত ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে সমাজখনে ৷ পৰিচালক নিৰ্মাতা অনুভৱ সিনহাক 48 ঘণ্টাৰ ভিতৰত ব্ৰাহ্মণৰ নাম আঁতৰাবলৈ অথবা চিনেমা খন বন্ধ কৰিবলৈ সকীয়াই দিলে ব্ৰাহ্মণ সমাজে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ হুংকাৰ দিছে ব্ৰাহ্মণ সমাজে ৷ 28 জুনত ছবিগৃহলৈ অহাৰ কথা আছে ছবিখন ৷

Article 15 মুক্তিত বাধা !

Intro:Body:

https://etvbharat.page.link/1fFsQyS42YFeUBPJA

https://etvbharat.page.link/r6SUnJJkEH3YqWmj9

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.