নিউজ ডেক্স,24 মে' : 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে আশানুৰূপ ফলাফল লাভ কৰাত চৌদিশৰ পৰা আহিছে বিজেপি দল তথা নেতা-কৰ্মীলৈ অজস্ৰ শুভকামনা ।
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3371422_c.jpg)
বলিউড তাৰকা সকলেও প্ৰধানমন্ত্ৰী মোডীক প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ।
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3371422_b.jpg)
ছলমান খান ,শিল্পা চেট্টী কুন্দ্ৰা ,অক্ষয় কুমাৰ , ৰজনীকান্ত. ধৰ্মেন্দ্ৰ দেওল , অজয় দেৱগন, বিবেক অৱৰয়, অনিল কাপুৰ, বৰুণ ধাৱান,জুহী চাওলাকে প্ৰমুখ্য কৰি বহু কেইজনে চ'ছিয়েল মিডিয়া যোগে প্ৰধানমন্ত্ৰী গৰাকীক এই বৃহৎ জয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3371422_f.jpg)
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3371422_i.jpg)
![ETV_BHARAT_ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3371422_j.jpg)