ETV Bharat / sitara

মুম্বাইৰ বান পৰিস্থিতিৰ তাচ্ছিল্য সূচক মীম প্ৰচাৰ কৰি সমালোচিত অমিতাভ বচ্চন

author img

By

Published : Jul 3, 2019, 9:22 AM IST

মুম্বাইৰ কৃত্ৰিম বানক লৈ মেগাষ্টাৰ অমিতাভ বচ্চনে চ'ছিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এটা তাচ্ছিল্যসূচক মীম ৷ অভিনেতা গৰাকীৰ জনপ্ৰিয় গীত 'দো লফ্জো কী হ্যে দিল কী কাহানী'ৰ স্নেপশ্বটৰ আধাৰতে বনোৱা হৈছে মীমটো

মুম্বাইৰ বান পৰিস্থিতিৰ তাচ্ছিল্য সূচক মীম অমিতাভ বচ্চনৰ

নিউজ ডেস্ক,3 জুলাইঃ মায়ানগৰী মুম্বাইৰ কৃত্ৰিম বানকলৈ তাচ্ছিল্যসূচক মীম চ'ছিয়েল মিডিয়াত শ্বেয়াৰ কৰে বলিউড মেগাষ্টাৰ অমিতাভ বচ্চনে ৷ বিশিষ্ট অভিনেতা গৰাকীয়ে স্বেয়াৰ কৰা মীম চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে কিছু অনুৰাগীয়ে সমালোচনা কৰাৰ উপৰিও আন একাংই মীমটো শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ৷ অভিনেতা গৰাকীয়ে জনপ্ৰিয় গীত 'দো লফ্জো কী হ্যে দিল কী কাহানী' ৰ স্নেপশ্বটৰ আধাৰতে বনাইছিল মাীমটো ৷ য'ত অমিতাভ বচ্চনে অভিনেত্ৰী জীনত অমানৰ লগত নাৱৰে যাত্ৰা কৰি থকা দেখিবলৈ পোৱা যায় ৷ বলিউড বিগ বি অমিতাভ বচ্চনে মুম্বাইৰ বৰ্তমানৰ বান পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মীমটো শ্বেয়াৰ কৰে ৷

etv bharat assam

amitabh bachchan posts funny meme on waterlogged in mumbai rains

মুম্বাইৰ বান পৰিস্থিতিৰ তাচ্ছিল্য সূচক মীম অমিতাভ বচ্চনৰ

body: নিউজ ডেস্ক, 3 জুলাইঃ মায়ানগৰী মুম্বাইৰ কৃত্ৰিম বানকলৈ ঠাট্টা সূচক মীম চ'ছিয়েল মিটিয়াত শ্বেয়াৰ কৰে বলিউড মেগাষ্টাৰ অমিতাভ বচ্চনে ৷ বিশিষ্ট অভিনেতা গৰাকীয়ে চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে কিছু অনুৰাগীয়ে সমালোচনা কৰাৰ উপৰিও আন একাংই মীমটো শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ৷ অভিনেতা গৰাকীয়ে জনপ্ৰিয় গীত 'দো লফ্জো কী হ্যে দিল কী কহানী' ৰ স্নেপশ্বট আধাৰতে বনাইছিল মাীমটো ৷ যত অমিতাভ বচ্চনে অভিনেত্ৰী জীনত অমানৰ লগত নাওৰে যাত্ৰা কৰি থকা দেখিবলৈ পোৱা যায় ৷ বলিউড বিগ বি অমিতাভ বচ্চনে মুম্বাইৰ বৰ্তমানৰ বান পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মীমটো শ্বেয়াৰ কৰে ৷

intro- মুম্বাইৰ কৃত্ৰিম বানকলৈ মেগাষ্টাৰ অমিতাভ বচ্চনে চ'ছিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এটা তাচ্ছিল্যসূচক সূচক মীম৷ অভিনেতা গৰাকীৰ জনপ্ৰিয় গীত 'দো লফ্জো কী হ্যে দিল কী কাহানী' ৰ স্নেপশ্বটৰ আধাৰতে বনোৱা হৈছে মীমটো ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.