ETV Bharat / science-and-technology

Google Meetৰ নতুন Feature এ ব্যৱহাৰকাৰীসকলক দিব এই সুবিধা

author img

By

Published : Aug 29, 2022, 9:59 PM IST

অতি শীঘ্ৰেই Google Meet ব্যৱহাৰকাৰীসকলে স্পেচবাৰক ধৰি ৰাখি নিজকে Unmute কৰিব পাৰিব আৰু মুকলি কৰি পুনৰ নিজকে Mute কৰিব পাৰিব । এক বিবৃতিৰ জৰিয়তে টেক জায়ান্ট গুগলে ঘোষণা কৰিলে এই খবৰ ৷ সবিশেষ পঢ়ক...

New feature from Google Meet allows users to mute, unmute easily
Google Meetৰ নতুন Feature এ ব্যৱহাৰকাৰীসকলক দিব এই সুবিধা

ইন্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্ট: অতি শীঘ্ৰেই Google Meet ব্যৱহাৰকাৰীসকলে স্পেচবাৰক ধৰি ৰাখি নিজকে Unmute কৰিব পাৰিব আৰু মুকলি কৰি পুনৰ নিজকে Mute কৰিব পাৰিব । এক বিবৃতিৰ জৰিয়তে টেক জায়ান্ট গুগলে ঘোষণা কৰিলে এই খবৰ ৷ কোম্পানীটোৱে কয় যে, ইয়াৰ ফলত ব্যৱহাৰকাৰীসকলে কিবা এটা ক’বলৈ দ্ৰুতভাৱে আনমিউট কৰি তেওঁলোকৰ meetingত অংশগ্ৰহণ কৰাত সহজ হ’ব (New feature from Google Meet) ।

কোম্পানীটোৱে এটা ব্লগপোষ্টত কয় যে, "এই বৈশিষ্ট্যই এনে পৰিস্থিতিতো সহায় কৰিব য'ত আপুনি নিজকে আনমিউট কৰাৰ পিছত পুনৰ মিউট কৰিবলৈ পাহৰি যায় । এই Featherয়ে ডিফল্টভাৱে অফ আৰু গুগল মিটৰ ছেটিংছত ইয়াক সক্ৰিয় কৰিব পাৰি ।"

কোম্পানীটোৱে কৈছিল যে গুগল মিট হাৰ্ডৱেৰ ডিভাইচৰ বাবে "Hey Google" ভইচ কণ্ট্ৰোলে কেনেদৰে কাম কৰে সেয়া সলনি কৰিছে । এই আপডেটৰ জৰিয়তে Google Assistant কেৱল তেতিয়াহে সক্ৰিয় হ’ব যেতিয়া কোনো ডিভাইচ কোনো meetingত নাথাকিব আৰু আগন্তুক Meetingৰ ১০ মিনিটৰ ভিতৰতে সক্ৰিয় থাকিব বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে । ইফালে, গুগলে এটা নতুন ফিচাৰ মুকলি কৰিছে যিয়ে আপোনাক উচ্চ-কাৰ্য ক্ষমতা সম্পন্ন কাষ্টম ফাংচন সৃষ্টি কৰাৰ অনুমতি দিয়ে যিয়ে বিল্ট-ইন শ্বীটছ সূত্ৰ নিৰ্মাণসমূহ সমৰ্থন কৰে ।

কোম্পানীটোৱে কয় যে, ব্যৱহাৰকাৰীসকলে এতিয়া ভিজিটৰ শ্বেয়াৰিং ব্যৱহাৰ কৰি অ-গুগল ব্যৱহাৰকাৰীসকলক গুগল ৱৰ্কস্পেচত সংস্থা (Google Workspace) আৰু ব্যৱহাৰকাৰীসকলৰ মালিকানাধীন শ্বেয়াৰড ড্ৰাইভৰ ভিতৰত কন্টেন্ট আপলোড কৰিবলৈ বা ফাইল তৈয়াৰ কৰিবলৈ অনুমতি দিব পাৰিব ।

লগতে পঢ়ক : Google TVৰ লেহেমীয়া প্ৰদৰ্শনৰ বিষয়ে ব্যৱহাৰকাৰীৰ মতামত ল'লে গুগলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.