ETV Bharat / lifestyle

চ'ছিয়েল মিডিয়াত আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক কেনেকেুৱা? - কাৰ্ণিগি মেলন বিশ্ববিদ্যালয়

নিজৰ সংগীক অন্তৰ্ভুক্ত কৰি ঘনাই পোষ্ট দিলে সম্পৰ্কত ইতিবাচত প্ৰভাৱ পৰে বুলি এক গৱেষণাত প্ৰকাশ পাইছে ৷ কাৰ্ণিগি মেলন বিশ্ববিদ্যালয় আৰু কানচাচ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এই তথ্য পুহৰলৈ আহিছে ৷

নিজৰ সংগীক চচিয়েল মিডিয়া পোষ্টত অন্তৰ্ভূক্ত কৰাটো সুস্থ সম্পৰ্কৰ চিহ্ণ : অধ্যয়ন
author img

By

Published : Mar 11, 2019, 12:22 PM IST

নিউজ ডেস্ক, 11 মাৰ্চঃনিজৰ সংগীকচ'ছিয়েল মিডিয়া পোষ্টত অন্তৰ্ভুক্ত কৰা কাৰ্যই পৰস্পৰৰ মাজত ঘনিষ্ঠতাবঢ়ায়৷ অকল এয়াই নহয় সম্পৰ্কত এক সন্তুষ্টি প্ৰদান কৰে আৰু সম্পৰ্কত নেতিবাচক প্ৰভাৱ নপৰে ৷

কাৰ্ণিগি মেলন বিশ্ববিদ্যালয় আৰু কানচাচ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এই তথ্য পুহৰলৈ আহিছে ৷ ‘প্লচ ৱান’ (PLOS ONE) শীৰ্ষক এখন পত্ৰিকাত এই অধ্যয়নৰ তথ্যসমূহ প্ৰকাশপাইছে ৷

Including one's better half in social media posts linked to healthy relationship: Study

নিজৰ সংগীক চচিয়েল মিডিয়া পোষ্টত অন্তৰ্ভূক্ত কৰাটো সুস্থ সম্পৰ্কৰ চিহ্ণ : অধ্যয়ন

নিউজ ডেস্ক, 11 মাৰ্চ : নিজৰ সংগীক চচিয়েল মিডিয়া পোষ্টত অন্তৰ্ভূক্ত কৰা কাৰ্যই পৰস্পৰৰ মাজত ঘনিষ্ঠটা বঢ়োৱাই ৷ অকল এয়েই নহয় সম্পৰ্কত এক সন্তুষ্টি প্ৰদান কৰে আৰু সম্পৰ্কত নিতিবাচক প্ৰভাৱ নপৰে ৷ 

কাৰ্ণিগি মেলন বিশ্ববিদ্যালয় আৰু কানচাচ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এই তথ্য পুহৰলৈ আহিছে ৷ ‘প্লচ ৱান’ (PLOS ONE) শিৰ্ষক এখন পত্ৰিকাত এই অধ্যয়নৰ তথ্য সমূহ প্ৰকাশিত হৈছে ৷ 

গৱেষক সকলে ব্যক্তিগত তথ্য অনলাইন দিলে আবেগপ্ৰৱণ সম্পৰ্কৰ ওপৰত নিতিবাচক প্ৰভাৱ পৰে আৰু নিজৰ সংগীক অন্তৰ্ভূক্ত কৰি ঘনাই পোষ্ট দিলে সম্পৰ্কl ইতিবাচত প্ৰভাৱ পৰে ৷

couple_phonemar10.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.