নেশ্বনেল ডেস্ক, 8 চেপ্তেম্বৰঃ কুফ্ৰিস্থিত আলু অনুসন্ধান কেন্দ্ৰৰ বৈজ্ঞানিকসকলে এক নতুন ধৰণৰ আলু উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷ এই আলু কেমিকেল মুক্ত হোৱাৰ লগতে বহু ৰোগৰ লগত যুঁজিব পৰা ক্ষমতা আছে ৷ বিদেশত এনেধৰণৰ আলু উদ্ভাৱন কৰা হৈছে যদিও ভাৰতত এইবাৰেই প্ৰথম ৷ আলু অনুসন্ধান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ডাঃ নৰেন্দ্ৰ কুমাৰ পাণ্ডেয়ে জানিবলৈ দিয়া মতে, বেঙুনীয়া ৰঙৰ এই আলু বিধ উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলক প্ৰায় 12 বছৰ কাল সময়ৰ প্ৰযোজন হৈছিল ৷ কুফ্ৰি নিলকণ্ঠ নামৰ আলু বিধত অকল ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকাই নহয়, আলুবিধ খাবলৈও সু্স্বাদু ৷
বজাৰলৈ আহি আছে কেঞ্চাৰ প্ৰতিৰোধী আলু - কুফ্ৰি
আলু অনুসন্ধান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ডাঃ নৰেন্দ্ৰ কুমাৰ পাণ্ডেয়ে জানিবলৈ দিয়া মতে, বেঙুনীয়া ৰঙৰ এই আলু বিধ উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলক প্ৰায় 12 বছৰ কাল সময়ৰ প্ৰযোজন হৈছিল ৷ কুফ্ৰি নিলকণ্ঠ নামৰ আলু বিধত অকল ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকাই নহয়, আলুবিধ খাবলৈও সু্স্বাদু ৷
![বজাৰলৈ আহি আছে কেঞ্চাৰ প্ৰতিৰোধী আলু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4375819-thumbnail-3x2-alu.jpg?imwidth=3840)
নেশ্বনেল ডেস্ক, 8 চেপ্তেম্বৰঃ কুফ্ৰিস্থিত আলু অনুসন্ধান কেন্দ্ৰৰ বৈজ্ঞানিকসকলে এক নতুন ধৰণৰ আলু উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷ এই আলু কেমিকেল মুক্ত হোৱাৰ লগতে বহু ৰোগৰ লগত যুঁজিব পৰা ক্ষমতা আছে ৷ বিদেশত এনেধৰণৰ আলু উদ্ভাৱন কৰা হৈছে যদিও ভাৰতত এইবাৰেই প্ৰথম ৷ আলু অনুসন্ধান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ডাঃ নৰেন্দ্ৰ কুমাৰ পাণ্ডেয়ে জানিবলৈ দিয়া মতে, বেঙুনীয়া ৰঙৰ এই আলু বিধ উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলক প্ৰায় 12 বছৰ কাল সময়ৰ প্ৰযোজন হৈছিল ৷ কুফ্ৰি নিলকণ্ঠ নামৰ আলু বিধত অকল ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকাই নহয়, আলুবিধ খাবলৈও সু্স্বাদু ৷
বজাৰলৈ আহি আছে কুফ্ৰি নিলকণ্ঠ
আহি আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা আলু
নেশ্যনেল ডেস্ক, 8 চেপ্তেম্বৰঃ কুফ্ৰিস্থিত আলু অনুসন্ধান কেন্দ্ৰৰ বৈজ্ঞানিকসকলে এক নতুন ধৰনৰ আলু উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷ এই আলু কেমিকেল মুক্ত হোৱাৰ লগতে বহু ৰোগৰ লগত যুঁজিব পৰা ক্ষমতা আছে ৷ বিদেশত এনেধৰণৰ আলু উদ্ভাৱন কৰা হৈছে যদিও ভাৰতত এইবাৰেই প্ৰথম ৷ আলু অনুসন্ধান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ডাঃ নৰেন্দ্ৰ কুমাৰ পাণ্ডেয়ে জানিবলৈ দিয়া মতে বেঙুনীয়া ৰঙৰ এই আলু বিধ উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলক প্ৰায় 12 বছৰ কাল সময়ৰ প্ৰযোজন হৈছিল ৷ কুফ্ৰি নিলকণ্ঠ নামৰ আলু বিধত অকল ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকাই নহয়, আলুবিধ খাবলৈও সু্স্বাদু ৷
জেষ্ঠ বিজ্ঞানী গৰাকীয়ে জানিবলৈ দিয়ে যে এই আলু বিধত আছে কৰ্কট ৰোগৰ বেক্টেৰিয়াৰ সৈতে যুজঁ দিব পৰা ক্ষমতা ৷ ইয়াৰ লগতে এই আলু বিধত আছে আলু খেতিত হোৱা কিটৰ পৰা হাত সাৰিব পৰা গুন যাৰ বাবে এই আলুক ৰাষাণৰ প্ৰয়োজন নহয় আৰু ই কেমিকেল ফ্ৰী হয় ৷ বিজ্ঞানীজনে লগতে কয় যে ভাৰতত দুই ধৰণৰ আলু পোৱা যায় এবিধ বগা বাকলিৰ আৰু অইন বিধ ৰঙা বাকলিৰ ৷ এতিয়াৰ পৰা ভাৰতত বেঙুনীয়া বাকলিৰ আলু এবিধ পোৱা যাব ৷ এই আলুবিধ প্ৰতি হেক্টৰত 35-38 টন উৎপাদন হ’ব ৷ উত্তৰ ভাৰতত এই আলুবিধৰ উৎপাদন অধিক হ’ব যাৰ বাবে ইপকৃত হ’ব পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু মধ্য প্ৰদেশত এইবিধ আলুৰ খেতি ভাল হ’ব ৷