ETV Bharat / lifestyle

ভাৰতত মুকলি POCO 'X3 Pro' - X3 Pro

৬ এপ্ৰিলৰ পৰা দুটা ষ্ট'ৰেজ প্ৰকাৰত ফ্লিপকাৰ্টত উপলব্ধ হ'ব POCO 'X3 Pro' । কৰ্ণিং গৰিলা গ্লাছ 6, 20MP সন্মুখৰ কেমেৰা, 5160mAh ৰ বেটাৰীসহ কেইবাটাও আকৰ্ষণীয় বিশেষত্বৰ সৈতে মুকলি কৰা হৈছে এই নতুন মডেলটো ।

ভাৰতত মুকলি POCO 'X3 Pro'
ভাৰতত মুকলি POCO 'X3 Pro'
author img

By

Published : Mar 31, 2021, 2:19 PM IST

বিজনেছ ডেস্ক,৩১ মাৰ্চ: চীনা স্মাৰ্টফোন ব্ৰেণ্ড POCO য়ে ভাৰতত ইয়াৰ শেহতীয়া স্মাৰ্টফোন 'X3 Pro' মুকলি কৰে । ৬ এপ্ৰিলৰ পৰা দুটা ষ্ট'ৰেজ প্ৰকাৰত ফ্লিপকাৰ্টত উপলব্ধ হ'ব এই নতুন মডেলটো ।

6GB+128GB ষ্ট'ৰেজ থকা স্মাৰ্টফোনটোৰ মূল্য ১৮,৯৯৯ টকা আৰু 8GB+128GB ষ্ট'ৰেজ থকাটোৰ মূল্য হ'ব ২০,৯৯৯ টকা । তিনিটা ৰং ক্ৰমে গ্ৰেটাইট ক'লা, ষ্টীল নীলা আৰু সোণালী ব্ৰঞ্জত উপলব্ধ হ'ব এই স্মাৰ্টফোন ।

ভাৰতত মুকলি POCO 'X3 Pro'
ভাৰতত মুকলি POCO 'X3 Pro'

'X3 Pro'ত থকা বিশেষ সুবিধা আৰু ইয়াৰ প্ৰদৰ্শন এই ছেগমেন্টত প্ৰথম বুলি দাবী কৰি POCO ইণ্ডিয়াৰ কাণ্ট্ৰি ডাইৰেক্টৰ অনুজ শৰ্মাই এক বিবৃতি প্ৰকাশ কৰে । তেওঁ লগতে কয় যে গেমিং, ফটোগ্ৰাফী আৰু উন্নত প্ৰদৰ্শনৰ এক নিখুঁত সংমিশ্ৰণ হৈছে POCO X3 Pro । লগতে ইয়াত আছে এমএমটি চাৰ্জিং প্ৰযুক্তিৰ সৈতে এক বৃহৎ বেটাৰি ।

POCO X3 Pro ৰ বিশেষত্ব :

  • এই ফোনটোত 2400x 1080p ৰিজলিউশ্বনৰ সৈতে এটা ডট-প্ৰকাৰৰ বেজল-বিহীন 16.9 cm (6.67) ফুল HD+ ডিছপ্লে আছে । লগতে ই ফ্লেগশীপ-স্তৰৰ কৰ্ণিং গৰিলা গ্লাছ 6-ৰ দ্বাৰা সুৰক্ষিত।
  • ই 240Hz স্পৰ্শ নমুনা হাৰৰ সৈতে আহে যিয়ে মসৃণ লেগ-ফ্ৰি প্ৰদৰ্শনৰ সুবিধা দিব ।
  • প্ৰদৰ্শনে পাঞ্চী উজ্জ্বল ৰং প্ৰদান কৰে আৰু এইচডিআৰ 10 সমৰ্থনৰ সৈতে আকৰ্ষণীয় দৃশ্য আৰু কণ্ট্ৰাষ্ট প্ৰদান কৰিব ।
  • POCO X3 Proত এটা কোৱাড-কেমেৰা ছেটআপ থাকিব , য'ত কম্পিউটাৰ ভিজন ছবি চিগনেল প্ৰচেছৰ, F/1.79 এপাৰচাৰৰ সৈতে এটা 48MP প্ৰাথমিক চেঞ্চৰ, 8MP আল্ট্ৰা ওৱাইদ কেমেৰাৰ সৈতে f/2.2 এপাৰচাৰ আৰু 118-ডিগ্ৰী FoV, 2MP মেক্ৰো কেমেৰা আৰু পোৰ্ট্ৰেটাৰৰ বাবে এটা গভীৰ চেঞ্চৰ থাকিব ।
  • স্মাৰ্টফোনটোত চেল্ফিৰ বাবে এটা 20MP সন্মুখৰ কেমেৰা থাকিব ।
    ভাৰতত মুকলি POCO 'X3 Pro'
    ভাৰতত মুকলি POCO 'X3 Pro'
  • ইয়াত এটা 5160mAhৰ বেটাৰি থাকিব ।
  • ডিভাইচটোৱে 30/60fps ত 4K ভিডিঅ' ৰেকৰ্ডিঙৰ সুবিধা থাকিব আৰু সমল সৃষ্টি আৰু হাই ৰিজ'লিউশ্বন ভিডিঅ' কেপচাৰ কৰিবলৈ ভিলগ মুডৰ সৈতে মসৃণ ভিডিঅ' জুম, ফ'কাচ পিকিং আৰু এ.ই./এ.এফ. লকসহ কেইবাটাও সুবিধাৰ সৈতে আহিব ।
  • ইয়াৰ উপৰিও, স্মাৰ্টফোন ফটোগ্ৰাফীৰ বাবে নাইট মোড 2.0, দীঘল এক্সপ’জাৰ, ক্লোন ফটো আৰু ভিডিঅ' মুডৰ দৰে সুবিধা থাকিব ।

লগতে পঢ়ক: বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.