ডিব্ৰুগড়,25 আগষ্টঃ শনিবাৰে নিশাৰ পৰা অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ডিব্ৰুগড় চহৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেখৰ গৃহৰ সমীপৰ কালিবাৰীৰ পৰা দেওবাৰে পুৱা ড্ৰাগছ খিনি জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ইলাহীৰ গৃহৰ সমীপৰ ৰাজা আলি নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীৰ গৃহৰ পৰা জব্দ কৰে ১কিলো ১৪০ গ্ৰাম হেৰইন সহ নগদ ১৯ লাখ ৫৫ হেজাৰ ৯৪৫ টকা ৷ কিন্তু ড্ৰাগছ ব্যৱসায়ী ৰাজা আলীয়ে পলায়ন কৰে সেই স্থানৰ পৰা । সেয়ে ৰাজা আলীক নাপাই পত্নী হাছনা বেগমক আটক কৰি আনে আৰক্ষীয়ে ।
ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা - কোটিৰো অধিক টকা মূল্যৰ নিষিদ্ধ হেৰইন
কোটিৰো অধিক টকা মূল্যৰ নিষিদ্ধ হেৰোইন,প্ৰায় 20 লাখ নগদ ধন সহ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ীৰ পত্নী
ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা
ডিব্ৰুগড়,25 আগষ্টঃ শনিবাৰে নিশাৰ পৰা অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ডিব্ৰুগড় চহৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেখৰ গৃহৰ সমীপৰ কালিবাৰীৰ পৰা দেওবাৰে পুৱা ড্ৰাগছ খিনি জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ইলাহীৰ গৃহৰ সমীপৰ ৰাজা আলি নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীৰ গৃহৰ পৰা জব্দ কৰে ১কিলো ১৪০ গ্ৰাম হেৰইন সহ নগদ ১৯ লাখ ৫৫ হেজাৰ ৯৪৫ টকা ৷ কিন্তু ড্ৰাগছ ব্যৱসায়ী ৰাজা আলীয়ে পলায়ন কৰে সেই স্থানৰ পৰা । সেয়ে ৰাজা আলীক নাপাই পত্নী হাছনা বেগমক আটক কৰি আনে আৰক্ষীয়ে ।
Intro::ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহত সফলতা। কোটিৰো অধিক টকা মূল্যৰ নিষিদ্ধ হেৰইন,প্ৰায় 20 লাখ নগদ ধন সহ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ীৰ পত্নী।
Body:
কালি নিশাৰ পৰা অব্যাহত আছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
১কিলো ১৪০ গ্ৰাম হেৰইন সহ নগদ ১৯ লাখ ৫৫ হেজাৰ ৯৪৫ টকা জব্দ।ডিব্ৰুগড় চহৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেখৰ গৃহৰ সমিপৰ কালিবাৰী পৰা জব্দ কৰে ড্ৰাগছ খিনি।ইলাহীৰ গৃহৰ সমিপৰে ৰাজা আলি নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ গৃহৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।যোৱা নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষীৰ বৃহৎ এটা দলে অভিযান অব্যাহত ৰাখিছিল।কিন্তু ড্ৰাগছ ব্যৱসায়ী ৰাজা আলি বিল্ডিংৰ পৰা জপিয়াই পলাই সাৰিবলৈ সক্ষম হয়।ৰাজা আলিৰ পত্নী হাছনা বেগমক আতক কৰি আনে আৰক্ষীয়ে।
ইফালে পলাই সাৰিবলৈ সক্ষম হোৱা ৰাজাৰ সন্ধানত আৰক্ষীয়ে চহৰৰ বাহিৰলৈ যাব পৰা সকলো বাট আবদ্ধ কৰিছে।
Byte:-DSP
Byte:-DSP
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:Do