ETV Bharat / jagte-raho

কানি সহ অৰুণাচল আৰক্ষীৰ জালত দুই অসমীয়া যুৱক

author img

By

Published : Aug 23, 2019, 11:33 PM IST

তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামচাইত অসমৰ দুজন কানি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জালত পৰে দুই যুৱক ৷ অৰুণাচল দিশৰ পৰা অসমলৈ আনি আছিল কানি খিনি।

অৰুণাচল আৰক্ষীৰ হাতত কানি সহ দুজন লোক গ্ৰেপ্তাৰ

তিনিচুকীয়া,23আগষ্টঃ

  • অৰুণাচল প্ৰদেশৰ নামচাইত অসমৰ দুজন কানি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে
  • আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত অৰুণাচল দিশৰ পৰা অসমলৈ আনি আছিল কানি খিনি
  • লোক 2 জনৰ পৰা 300 গ্ৰাম কানি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে
  • কানিখিনিৰ বজাৰৰ মূল্য প্ৰায় 40000 টকা
  • গ্ৰেপ্তাৰ হোৱা যুৱক দুজন হ'ল তিনিচুকীয়াৰ ডিৰাকৰ লক্ষীন্দ্ৰ মৰাণ আৰু ডাদু মহন্ত
  • দুইজন যুৱকৰ ওপৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে

Intro:কানি সহ দুজন ব্যক্তি গ্ৰেপ্তাৰ অৰুণাচল পুলিচৰ হাতত।

তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামচাইত অসমৰ দুজন কানি(opium) ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত অৰুণাচল দিশৰ পৰা অসমলৈ আনি আছিল উক্ত নিচাযুক্ত কানি খিনি। তেওঁলোকৰ পৰা 300 গ্ৰাম কানি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।কানিখিনিৰ বজাৰৰ মূল্য প্ৰায় 40000 টকাৰ। গ্ৰেপ্তাৰ হোৱা যুৱক দুজন হল তিনিচুকীয়া জিলাৰ ডিৰাকৰ লক্ষীন্দ্ৰ মৰাণ(36) আৰু ডাদু মহন্ত(38)। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অৰুণাচলৰ পৰা আনি অসমত নিচাযুক্ত কানিৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে কিছু দুষ্ট চক্ৰই । দুইজন যুৱকৰ ওপৰত আৰক্ষীয়ে নিজাববীয়াকৈ NMS PS C/No.47 u/s 17(b) NDPS নম্বৰত গোচৰ তৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.