দলগাঁও, ২২ অক্টোবৰঃ সোমবাৰে নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ডকাইতক । এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে দুই ডকাইত ক্ৰমে মহিদুল ইছলাম আৰু জয়নাল আবদ্দিনক । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় এই দুই ডকাইত । উল্লেখ্য যে, দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আত্মগোপন কৰি আছিল এই ধৃত দুই ডকাইত । ইপিনে ডকাইত দুটাৰ বিৰুদ্ধে হাতীগাঁও থানাতো এক গোচৰ ৰুজু হৈ আছে ৷
খাৰুপেটীয়া আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত - KHAROPETIA DOCAT ARREST
দৰঙৰ খাৰুপেটীয়া আৰক্ষীৰ বিশেষ সফলতা । সোমবাৰে নিশা চলোৱা অভিযানত গ্ৰেপ্তাৰ দুই ডকাইত । পূৰ্বেও ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগ দুই ডকাইতৰ বিৰুদ্ধে ।
![খাৰুপেটীয়া আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4831049-169-4831049-1571727141320.jpg?imwidth=3840)
দলগাঁও, ২২ অক্টোবৰঃ সোমবাৰে নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ডকাইতক । এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে দুই ডকাইত ক্ৰমে মহিদুল ইছলাম আৰু জয়নাল আবদ্দিনক । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় এই দুই ডকাইত । উল্লেখ্য যে, দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আত্মগোপন কৰি আছিল এই ধৃত দুই ডকাইত । ইপিনে ডকাইত দুটাৰ বিৰুদ্ধে হাতীগাঁও থানাতো এক গোচৰ ৰুজু হৈ আছে ৷
## খাৰুপেটীয়া আৰক্ষীৰ সফলতা ।
## অভিযানত গ্ৰেপ্তাৰ দুই ডকাইত ।
## পূৰ্বেই জড়িত আছিল ডকাইতি কাৰ্যত ।
দলগাও / ২২ অক্টোবৰ ।
Body:
দলগাও / ২২ অক্টোবৰ ।
সোমবাৰে নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ডকাইত । এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে দুই ডকাইত মহিদুল ইছলাম আৰু জয়নাল আবদ্দিনক । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত হোৱা এই অভিযানত গ্ৰেপ্তাৰ হয় এই দুই ধৃত ডকাইত । লক্ষণীয় যে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত হৈ ত্ৰাসৰ সৃষ্টি কৰি নিজকে আত্মগোপন কৰি ৰাখিছিল দুই ডকাইতে । আনহাতে ডকাইত দুজনৰ বিৰুদ্ধে হাতীগাঁও থানাৰ কেচ নম্বৰ ৬৪০/১৮ ত ৩৯৫ আই পি চি ধাৰাত অভিযুক্ত দুয়ো ।
Conclusion:
আব্দুল হাকিম
দলগাও ।