ETV Bharat / jagte-raho

যৌতুক দিব নোৱৰাৰ বাবেই মাকৰ পৰা কাঢ়ি ৰাখিলে সন্তানক

যৌতুকৰ বাবে এগৰাকী মাতৃৰ কোলাৰ পৰা কাঢ়ি লৈ গ'ল আঠমহীয়া সন্তানক । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

যৌতুক দিব নোৱাৰাই কাল হ'ল এগৰাকী মহিলাৰ, স্বামী গৃহই কাঢ়ি থলে 8 মহীয়া সন্তান
author img

By

Published : Jul 21, 2019, 3:07 PM IST

ৰঙিয়া,21জুলাইঃ ম'বাইলত প্ৰেম কৰি প্ৰেমিকৰ সৈতে পলায়ন কৰি বিয়াত বহালৈকে সকলো ঠিকেই আছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে দিনে নিশাই ম'বাইলত মৰম-চেনেহৰ কথা কোৱা প্ৰেমিক অঞ্জন কাকতিয়ে যৌতুক দাবীৰে পত্নীক আৰম্ভ কৰিলে নিৰ্যাতন । কিন্তু শনিবাৰে ঘটনাই চৰম সীমা অতিক্ৰম কৰিলে ৷ যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ অপৰাধতে স্বামী অঞ্জন কাকতিয়ে উপৰ্যুপৰি আক্ৰমণ কৰি ৮ মহীয়া শিশুটিক কাঢ়ি ৰাখি ঘৰৰ পৰা উলিয়াই দিয়ে মহিলাগৰাকীক ।

যৌতুক দিব নোৱাৰাই কাল হ'ল এগৰাকী মহিলাৰ, স্বামী গৃহই কাঢ়ি থলে 8 মহীয়া সন্তান

পাচত প্ৰাণৰ মমতাত মহিলাগৰাকীয়ে আশ্ৰয় লয় ৰঙিয়াৰ জয়ন্তীপুৰত থকা মাতৃ গৃহত । উল্লেখ্য যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

Intro:যৌতুকৰ বাবে এগৰাকী মাতৃৰ কোলাৰ পৰা কাঢ়ি লৈ গ'ল আঠমহীয়া সন্তানক।Body:প্ৰথমে চকুৰ চিনাকি । তাৰপিছত মোবাইল প্ৰেম । চিনাকিৰ অন্ততঃ এমাহৰ ভিতৰতে প্ৰেমিকৰ সৈতে পলায়ন কৰিলে প্ৰেমিকাই । প্ৰথমে সকলো থিকে চলিল । লাহে লাহে সলনি হল সময় । দিনে নিশাই মোবাইলত মৰম চেনেহৰ কথা কোৱা প্ৰেমিকে আৰম্ভ কৰিলে নিৰ্যাতন । ৰঙিয়াৰ জিয়ৰীক গুৱাহাটী মালিগাঁও কৈলাশ নগৰত এগৰাকী বোৱাৰীক শাৰীৰিক - মানসিক নিৰ্যাতন । যৌতুক দাবী কৰি পত্নীক অত্যাচাৰ পাষণ্ড স্বামীৰ । যোৱা ডেৰ বছৰ ধৰি সাধাৰণ কথাতে মাৰ - ধৰ কৰি আহিছে গাড়ী চালক অঞ্জন কাকতিয়ে । যৌতুকৰ নামত দাবী কৰা টকা দিব নোৱাৰাৰ অপৰাধতে উপৰ্যুপৰি আক্ৰমণ কৰি ৮ মহীয়া দেৱশিশুটি কাঢ়ি ৰাখি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক । পত্নীয়ে গুৰুতৰভাৱে আহত হল স্বামীৰ আক্ৰমণত । প্ৰাণৰ মমতাত বোৱাৰী গৰাকীয়ে আশ্ৰয় লয় ৰঙিয়াৰ জয়ন্তীপুৰত থকা মাতৃ গৃহত । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ডেৰ বছৰীয়া বৈবাহিক জীৱনৰ অন্তত এটা সন্তানৰ মাতৃ গৰাকীয়ে ন্যায় পাবনে ?

BITE : ভুক্তভোগী মহিলাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.