ETV Bharat / jagte-raho

লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক

author img

By

Published : Sep 4, 2020, 12:55 AM IST

লংকাৰ বাপন পাল নামৰ যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।

লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক
লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক

হোজাই, 3 ছেপ্টেম্বৰ : লংকাৰ বাপন পাল নামৰ যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । হোজাই জিলা লংকাৰ আৰক্ষী থানাৰ অন্তৰ্গত 2নং ৱাৰ্ডৰ বিবেকানন্দ পল্লীৰ এগৰাকী 22 বছৰীয়া বাপন পাল নামৰ যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক
লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক

জানিব পৰা মতে, বাপন পাল নামৰ যুৱকজন যোৱা 1 ছেপ্টেম্বৰত পুৱা আঠমান বজাত ঘৰৰ পৰা নিজৰ ব্যক্তিগত মূৰ্গীৰ ফাৰ্মৰ পৰা মূৰ্গী বিক্ৰী কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে । পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত নিজৰ আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি কোনো সম্ভেদ নোপোৱাত 2 ছেপ্টেম্বৰ তাৰিখে লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । যুৱকজন এনেদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালটোক চিন্তিত কৰি তুলিছে ৷ সন্ধানহীন যুৱকজনৰ কিবা সম্ভেদ পালে 9954884865 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে ৷

লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক

লগতে পঢ়ক : ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.