ETV Bharat / jagte-raho

নগাঁৱত আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 20, 2020, 5:35 PM IST

নগাঁৱত আৰক্ষীৰ জালত পৰে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত মহিলাজনীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

One drugs dealers  Lady Arrested By Police At Nagaon
নগাঁৱত আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও,20 জুনঃ নগাঁৱত আৰক্ষীৰ জালত পৰে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী । দীৰ্ঘ দিনৰে পৰা পলাতক অৱস্থাত আছিল ধৃত মহিলাগৰাকী।

নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্ত আৰু নগৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই নগাঁৱৰ চাৰিখুটিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা। ধৃত মহিলাগৰাকী নাম আনোৱাৰা বেগম ৷

উল্লেখ্য যে,ইতিপূৰ্বে মহিলাগৰাকীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৷ কিন্তু দীৰ্ঘ দিনৰে পৰা পলাতক হৈ আছিল আনুৱাৰা বেগম ওৰফে তাকানী নামৰ মহিলাগৰাকী । ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত মহিলা ড্ৰাগছ সৰবৰাহকাৰী জনীক গ্ৰেপ্তাৰ কৰে নগাঁৱৰ আৰক্ষীয়ে। ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা অব্যাহত আৰক্ষীয়ে ৷

লগতে পঢ়ক- জুছ জেকিং: চাইবাৰ ক্ৰাইমৰ নতুন সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.