গোলাঘাট,9 অক্টোবৰ: গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিৰ চেৱনি গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । জেওৰা খুঁটিৰে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰিলে নিজ পুত্ৰ উৎপল শইকীয়াই ।
পিতৃয়ে সুৰাপান কৰি দৈনিক মাতৃ আৰু পুত্ৰক অত্যাচাৰ চলোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে পুত্ৰই । বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী পুত্ৰ উৎপল শইকীয়া ।
লগতে পঢ়ক: NCLTৰ বিৰুদ্ধে সৰৱ নগাঁও কাগজ কলৰ কৰ্মচাৰী