ETV Bharat / jagte-raho

তিনিবছৰীয়া সন্তানৰ মাতৃৰ ৰহস্যজনক আত্মহত্যা

author img

By

Published : Jan 12, 2021, 1:06 PM IST

নীলবাগানৰ চানাপট্টিত চাঞ্চল্যকৰ ঘটনা। নীলবাগানত আত্মহত্যা এগৰাকী মহিলাৰ আত্মহত্যা।

তিনিবছৰীয়া সন্তানৰ মাতৃৰ ৰহস্যজনক আত্মহত্যা
তিনিবছৰীয়া সন্তানৰ মাতৃৰ ৰহস্যজনক আত্মহত্যা

হোজাই, 12 জানুৱাৰী : নীলবাগানৰ চানাপট্টিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নীলবাগানত আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ ডবকাৰ ভগীৰাম গাঁৱৰ ফয়জুল হক নামৰ ব্যক্তিগৰাকীৰ কন্যা আছিল মহিলাগৰাকী ৷ স্বামী পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ ।

চিপ লৈ ৰহস্যজনকভাৱে আত্মহত্যা কৰে মহিলাগৰাকীয়ে । মহিলাগৰাকী ফাতিমা বেগম বুলি জানিব পৰা গৈছে । আত্মহত্যা কৰা মহিলাগৰাকীৰ স্বামী আলতাফ হুছেইন ডুবাইত কৰ্মৰত হৈ আছে । বৰ্তমানলৈ মহিলাগৰাকীৰ আত্মহত্যাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই । জানিব পৰা মতে আত্মহত্যা কৰা মহিলা গৰাকী এটি তিনিবছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল । বৰ্তমান ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.