ETV Bharat / jagte-raho

লামডিঙত ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে ৰে'ল আৰক্ষীৰ অভিযান

ভুৱা ৰে'লৰ টিকট বিক্ৰী কৰা সন্দৰ্ভত লংকাত ৰে'ল আৰক্ষীৰ অভিযান ৷ অভিযান কালত গ্ৰেপ্তাৰ কৰে এজেঞ্চিৰ স্বতাধিকাৰী হাফিজুল হক ওৰফে টাহিৰক ৷ অভিযানকালত এটা লেপটপ, চিপিঅ', দুটা ম'বাইল ফোন আৰু বহু পৰিমাণৰ ৰে'ল টিকট জব্দ কৰে ৰে'ল আৰক্ষীয়ে ৷

লামডিঙত ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে ৰে'লআৰক্ষীৰ অভিযান
author img

By

Published : Apr 27, 2019, 10:49 AM IST

হোজাই,27এপ্ৰিল: শুকুৰবাৰে নিশা লংকাত ৰে'ল আৰক্ষীৰ অভিযান ৷ ভুৱা ৰে'লৰ টিকট বিক্ৰী কৰা সন্দৰ্ভত টি.এইচ ট্ৰেভেল এজেঞ্চিটোৰ বিৰুদ্ধে ৰে'ল আৰক্ষীৰ চাৰিজনীয়া এটা দলে অভিযান চলাই এজেঞ্চিৰ স্বতাধিকাৰী হাফিজুল হক ওৰফে টাহিৰক আটক কৰে ৷ অভিযানকালত আৰক্ষীয়ে এটা লেপটপ, এটা কম্পিউটাৰ চিপিঅ', দুটা ম’বাইল ফোন আৰু বহু পৰিমাণৰ ৰে’ল টিকটৰ ফ্ৰম সহ ৰে’লৰ টিকট জব্দ কৰে ৷ গুৱাহাটীৰ পৰা চেন্নাইলৈ কৰ্মসূত্ৰে যাবলৈ অহা লংকাৰ তিনি যুৱকৰ অভিযোগৰ ভিত্তিতে এই অভিযান চলাই ৰে'ল আৰক্ষীয়ে ৷ উল্লেখ্য যে, লংকাৰ তিনি যুৱকে গুৱাহাটীৰ ৰে'ল ষ্টেচনৰ টিকট কাউণ্টাৰত এজেন্সিটোৰ পৰা ক্ৰয় কৰা টিকট দেখুৱাওতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

লগতে পঢ়ক- অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ অভিযান

Intro: T.H.TRAVEL AGENCY ত লামডিংৰ অপৰাধজনীত ৰেল আৰক্ষীৰ চাৰিজনীয়া এটি দলৰ অভিযান |Body:নিশা লংকাৰ T.H.TRAVEL AGENCY ত লামডিংৰ অপৰাধজনীত ৰেল আৰক্ষীৰ চাৰিজনীয়া এটি দলৰ অভিযান |

অবৈধ ভাৱে ৰেলৰ টিকেট বিক্ৰী কৰা সন্দৰ্ভত ৰেল আৰক্ষীৰ অভিযান |

ৰেল আৰক্ষীয়ে অভিযান কালত গ্ৰেপ্তাৰ কৰে এজেঞ্চীৰ স্বতাধীকাৰি হাফিজুল হক উৰফে টাহিৰক | লগতে জব্দ এটা লেপটপ, এটা কম্পিউটাৰ চিপিঅ', দুটা মৱাইল ফোন আৰু বহু পৰিমানৰ ৰেল টিকেটৰ ফ্ৰম সহ ৰেলৰ টিকট |

গুৱাহাটীৰ পৰা চেন্নাইলৈ কৰ্মসূত্ৰে যাবলৈ অহা লংকাৰ তিনি যুৱকৰ অভিযোগৰ ভিত্তিত এই অভিযান ৰেল আৰক্ষীৰ |

উল্লেখ যে, লংকাৰ তিনি যুৱকে গুৱাহাটীৰ ৰেল ষ্টেচনৰ টিকট কাউন্তাৰত উক্ত লংকাস্হিত এজেন্সীৰ পৰা ক্ৰয় কৰা টিকট সন্দৰ্ভত গুৱাহাটীৰ টিকেট কাউন্তাৰত দেখুৱাওতেই সামগ্ৰীক ঘটনা পোহৰলৈ আহে |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.