ETV Bharat / jagte-raho

হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন - মৰনোত্তৰ প্ৰতিবেদন

উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত ভয়ংকৰ ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা নাছিল কোনো ধৰ্ষণৰ ঘটনা ৷ যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ৷

হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন

author img

By

Published : Oct 1, 2020, 2:26 PM IST

নিউজ ডেস্ক, 1 অক্টোবৰ : হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য ৷ সেই অনুসৰি, 19 বৰ্ষীয়া যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা নাছিল কোনো অপকৰ্ম ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷

হাথৰাছৰ আৰক্ষী অধীক্ষক বিক্ৰান্ত বীৰে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ সময়ত যুৱতীগৰাকীৰ সৈতে কোনো ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাছিল বুলি প্ৰকাশ কৰিছে ৷ যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ ফৰেনচিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

  • मुख्यमंत्री श्री @myogiadityanath जी ने हाथरस के पीड़ित परिवार से वीडियो कॉलिंग के माध्यम से वार्ता की।

    मृतका के पिता जी ने मुख्यमंत्री जी से आरोपियों के खिलाफ कठोरतम कार्रवाई की मांग की। pic.twitter.com/xmdzJinx25

    — CM Office, GoUP (@CMOfficeUP) September 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

29 ছেপ্টেম্বৰত দিল্লীৰ চাফদৰজুং চিকিৎসালয়ত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ দুসপ্তাহ পূৰ্বে যুৱতীগৰাকীৰ সৈতে হাথৰাছ জিলাৰ এখন গাঁৱত সংঘটিত হৈছিল ভয়াৱহ ঘটনা ৷ যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত অন্তিম সংস্কাৰৰ বাবেও পৰিয়ালক অনুমতি প্ৰদান কৰা নাছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

লগতে পঢ়ক : জয়পুৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ ; আৰক্ষীৰ জালত ৩ অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.