ETV Bharat / jagte-raho

ষট্ পূজাৰ আনন্দৰ মাজতে গোলাঘাটত চোৰৰ চাফাই অভিযান - গোলাঘাটত তিনিটা পৰিয়ালত চলালে চোৰে চাফাই অভিযান

গোলাঘাটত শনিবাৰে নিশা তিনিটা পৰিয়ালত চলালে চোৰে চাফাই অভিযান । ধনশিৰি নৈৰ পাৰত ষট্ পূজাত ব্যস্ত থকা সময়তে গোলাঘাট ধ্ৰুৱ নগৰৰ পাপু চাহু আৰু তেওঁৰ ভাড়াতীয়া হিচাপে থকা মহেশ মণ্ডল আৰু অৰুণ মণ্ডলৰ ঘৰত নিশা চোৰ সোমাই লুটি নিলে নগদ ধন, সোণ আৰু ৰূপৰ আ-অলংকাৰ ।

গোলাঘাটত চোৰৰ চাফাই অভিযান
author img

By

Published : Nov 3, 2019, 10:53 AM IST

গোলাঘাট, 3 নৱেম্বৰঃ গোলাঘাটত ষট্ পূজাৰ আনন্দৰ মাজতে নিশা চোৰৰ চাফাই অভিযান । নিশা তিনিটা পৰিয়ালত চলালে চোৰে চাফাই অভিযান । ধনশিৰি নৈৰ পাৰত ষট্ পূজাত ব্যস্ত থকা সময়তে গোলাঘাট ধ্ৰুৱ নগৰৰ পাপু চাহু আৰু তেওঁৰ ভাড়াতীয়া হিচাপে থকা মহেশ মণ্ডল আৰু অৰুণ মণ্ডলৰ ঘৰত নিশা চোৰ সোমাই লুটি নিলে নগদ ধন, সোণ আৰু ৰূপৰ আ-অলংকাৰ ।

গোলাঘাটত চোৰৰ চাফাই অভিযান

লগতে পঢ়কঃৰাছিয়াক পৰাস্ত কৰি অলিম্পিকৰ টিকট ভাৰতীয় পুৰুষ হকী দলৰ

পাপু চাহুৰ ঘৰৰ পৰা নগদ ৮৩ হেজাৰ টকা, সোণ ৰূপৰ আ অলংকাৰ, মহেশ মণ্ডলৰ গৃহৰ পৰা নগদ ৩৫ হেজাৰ টকাসহ সোণ ৰূপৰ আ-অলংকাৰ আৰু অৰুণ মণ্ডলৰ গৃহৰ পৰা নগদ ১৪ হেজাৰ টকা আৰু সোণ, ৰূপৰ আ অলংকাৰ লুটি নিয়ে । আটাইকেইটা পৰিয়ালৰে ঘৰৰ দৰ্জা ভাঙি চুৰে লুট পাত চলায় । শনিবাৰে বিয়লি ঘৰৰ পৰা ষট্ পূজালৈ বুলি ওলাই যোৱা পৰিয়াল কেইটাই দেওবাৰে পুৱা ঘৰলৈ আহিহে দেখে চোৰে লণ্ড ভণ্ড কৰাৰ দৃশ্য । ইতিমধ্যে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়াল কেইটাই আৰক্ষীক অৱগত কৰিছে ।

Intro:গোলাঘাটত ষঠ পূজাৰ আনন্দৰ মাজতে নিশা চোৰৰ চাফাই অভিযান । নিশা তিনিটা পৰিয়ালত চলালে এই চাফাই অভিযান । ধনশিৰি নদীৰ পাৰত ষঠ পূজাত ব্যস্ত থকা সময়তে গোলাঘাট ধ্ৰুৱ নগৰত চোৰৰ লুট পাট । ধ্ৰুৱ নগৰৰ পাপু চাহু আৰু তেওঁৰ ভাড়াতীয়া হিচাপে থকা মহেশ মণ্ডল আৰু অৰুণ মণ্ডলৰ ঘৰত নিশা চোৰ সোমাই লুটি নিলে নগদ ধন ,সোণ আৰু ৰূপৰ আ অলংকাৰ । পাপু চাহুৰ ঘৰৰ পৰা নগদ ৮৩ হেজাৰ টকা সোণ ৰূপৰ আ অলংকাৰ , মহেশ মণ্ডলৰ গৃহৰ পৰা নগদ ৩৫ হেজাৰ টকা সোণ ৰূপৰ আ অলংকাৰ আৰু অৰুণ মণ্ডলৰ গৃহৰ পৰা নগদ ১৪ হেজাৰ টকা আৰ সোণ ৰূপৰ আ অলংকাৰ লুটি নিয়ে । আটাই কেইটা পৰিয়ালৰে ঘৰৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি আলমাৰি ভাঙি লুট পাত চলাই । শনিবাৰে বিয়লি ঘৰৰ পৰা ষঠ পূজালৈ বুলি ওলাই যোৱা পৰিয়াল কেইটাই আজি পূৱা ঘৰলৈ আহিহে দেখে চোৰে লণ্ড ভণ্ড কৰাৰ দৃশ্য । ঘটনাৰ বিষয়ে পৰিয়াল কেইটাই আৰক্ষীক অৱগত কৰিছে ।Body:Byte 1 :;পাপু চাহু
Bytes: গৃহস্থConclusion:গোলাঘাট পৰা চামিম আলি etvbharat ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.