ETV Bharat / jagte-raho

পাণ্ডু নিউ কলনীত দিন-দুপৰতে চুৰিকাণ্ড

author img

By

Published : Apr 19, 2019, 4:51 AM IST

বাব্লু ৰক্ষিত নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে ৫০ হাজাৰ নগদ ধনসহ প্ৰায় চাৰি তোলাকৈ সোণৰ অলংকাৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

etv bharat

গুৱাহাটী, 19 এপ্ৰিলঃ মহানগৰীৰ পাণ্ডু নিউ কলনীত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হ’ল চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ বাব্লু ৰক্ষিত নামৰ লোকজনৰ ঘৰত চোৰে চলালে লুটপাত ৷ বাব্লু ৰক্ষিতৰ লগতে ঘৰত তেওঁৰ পৰিয়ালৰ কোনো সদস্য নথকাৰ সুযোগ বুজি পাছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিছিল চোৰে।

পাণ্ডু নিউ কলনীত দিন-দুপৰতে চুৰিকাণ্ড

দিন-দুপৰতে হোৱা এই চুৰিকাণ্ডত ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা ৫০ হাজাৰ নগদ ধনসহ প্ৰায় চাৰি তোলাকৈ সোণৰ অলংকাৰ লুটি নিয়ে চোৰে ৷ ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালটোৱে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, অঞ্চলটোত সঘনাই সংঘটিত হোৱা এনে চুৰিকাণ্ডই অঞ্চলবাসীক যথেষ্ট শংকিত কৰি তুলিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্য তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Slug: A_GHY_18APR_801_PANDU ROBBERY_HIRUL HAQUE

Headline- বিহুৰ মাজতে পুণৰ মালিগাঁৱত চুৰিকাণ্ড, নিৰাপত্তা ক'ত? 

বিহুৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ পুণৰ দিনদুপৰতে চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটপাত চলালে চোৰে। পাণ্ডু নিউ কলনিত সংঘটিত হ'ল এই চুৰিকাণ্ডৰ ঘটনা। বাব্লু ৰক্ষিত নামৰ লোকজনৰ ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে চোৰে। চোৰে লুটি নিয়ে নগদ ৫০হাজাৰ ধনসহ চাৰি তোলাকৈ সোণৰ আ অলংকাৰ। জালুকবাৰী আৰক্ষী থানাৰ কিছু নিলগতে পুণৰ এনে চুৰিকাণ্ডৰ ঘটনাই স্বৰূপ উদঙাইছে নিৰাপত্তাৰ দিশটো। তহলদাৰী নামটো আৰক্ষীৰ চৰম ভেকুভাওনা অঞ্চলটোত। যাৰ বাবে চোৰৰ ৰম্যভূমিত পৰিনত হৈছে পাণ্ডু-মালিগাঁও।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.