ETV Bharat / jagte-raho

তোলনীয়া কন্যাক ধৰ্ষণ : বিচাৰ আদালতৰ গোচৰৰ পুনঃ তদন্ত দিল্লী উচ্চ ন্যায়ালয়ৰ - আবেদন

2016 চনত সংঘটিত হোৱা এক ধৰ্ষণ কাণ্ড সন্দৰ্ভত এখন আদালতৰ আদেশৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী উচ্চ ন্য়ায়ালয়ে ৷ উল্লেখ্য যে, এগৰাকী তোলনীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অপৰাধত এজন ব্যক্তিক 20 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল ৷

Delhi HC upholds trial court's decision of 20 years rigorous imprisonment to man for raping step-daughter
তোলনীয়া কন্যা ধৰ্ষণকাৰীৰ 20 বছৰ কাৰাদণ্ডৰ তদন্ত অব্যাহত দিল্লী উচ্চ ন্য়ায়ালয়ৰ
author img

By

Published : Oct 11, 2020, 6:12 PM IST

নিউজ ডেস্ক,11 অক্টোবৰ: দিল্লী উচ্চ ন্যায়ালয়ে এখন আদালতৰ এক আদেশ সন্দৰ্ভত তদন্ত বাহাল ৰাখিছে ৷ আদালতৰ আদেশ অনুসৰি এগৰাকী তোলনীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অপৰাধত এজন ব্যক্তিক 20 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল ৷

ন্যায়পীঠ বিভু বখৰুৰ একক বিচাৰপীঠে সদৰি কৰা মতে,আবেদনকাৰীয়ে কৈছিল যে তোলনীয়া নাবালিকা কন্যা গৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছিল আৰু নাবালিকা গৰাকী গৰ্ভৱতী হৈছিল ৷ 2016 চনৰ 2 আগষ্টত ঘটনাৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছিল ৷

2016 চনৰ 2 আগষ্টত এখন আদালতে আবেদনকাৰীক দোষী সাব্যস্ত কৰি POCSO আইনৰ 6 নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 506 নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে ৷ একে বৰ্ষৰে 9 আগষ্টত অভিযুক্তজনৰ পৰা 5000 টকা জৰিমনা বিহাৰ লগতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হয় ৷

অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 323/376/506 নং ধাৰা আৰু POCSO আইনৰ 4 নং ধাৰাৰ অধীনত আৰক্ষী চকীত গোচৰ ৰুজু কৰা হয় ৷ 2014 চনৰ 7 আগষ্টত 13 বছৰীয়া পীড়িতা গৰাকীয়ে কয় যে,তেওঁৰ তোলনীয়া পিতৃয়ে তেওঁক বহুবাৰ বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল আৰু নাবালিকা গৰাকীক মনে মনে থাকিবলৈ ধমকি দিছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ আইনৰ 21 পৃষ্ঠাত উল্লেখ থকা মতে,আবেদনকাৰীয়ে নাবালিকা গৰাকীক মাৰধাৰ কৰি ধৰ্ষণ কৰিছিল ৷ আদালতে কয় যে,সম্প্ৰতি এই ঘটনাৰ সত্যতা প্ৰমাণৰ ক্ষেত্ৰত আদালতে আবেদনকাৰীক দণ্ডিত কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিবলৈ অসমৰ্থ হৈছে ৷

লগতে পঢ়ক: ৰাহুল-প্ৰিয়ংকাক কটাক্ষ উত্তৰ প্ৰদেশৰ শক্তি মন্ত্ৰী শ্ৰীকান্ত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.