বঙাইগাঁও,18জুনঃ ফেচবুকে ধ্বংস কৰিলে এখন সংসাৰ ৷ ফেচবুকত চিনাকী হৈ প্ৰথমে বাৰ্তালাপ আৰু পাচত জীৱন সংগী হ'বলৈ প্ৰেমিকৰ সৈতে হাৰিয়ানা পালেগৈ অসমৰ এগৰাকী বিবাহিত মহিলা ৷ অসমৰ বঙাইগাঁৱৰ বোৱাৰীক ফেচবুক ফ্ৰেণ্ডে পলুৱাই নিলে হাৰিয়ানালৈ । প্ৰায় আঢ়ৈ মাহৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বঙাইগাঁৱৰ বোৱাৰীগৰাকীক । ৩৮ বছৰীয়া ফেচবুক ফ্ৰেণ্ড যোগেন্দ্ৰ ওৰফে টোনী বাৰ্মাক আটক কৰিছে আৰক্ষীয়ে । বৰ্তমান দুয়ো বঙাইগাঁও সদৰ থানাৰ আলহী । উল্লেখ্য যে, যোৱা ২৯ মাৰ্চত নিৰুদ্দেশ হৈছিল এটা সন্তানৰ মাতৃ বোৱাৰীগৰাকী । পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও বোৱাৰীগৰাকীৰ সন্ধান পোৱা নাছিল । শেষত পৰিয়ালৰ ফালৰ পৰা ১৩ এপ্ৰিলত বঙাইগাঁও থানাত দিয়া হৈছিল বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ এখন এজাহাৰ । সেইমতে আৰক্ষীয়ে পঞ্জীয়ন কৰে ২৩৬/২০১৯ নম্বৰৰ এক অপহৰণৰ গোচৰ । অৱশেষত বঙাইগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক পাউলুছ নাৰ্জাৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে হাৰিয়ানাত বোৱাৰীগৰাকীক উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে প্ৰেমিক টোনীকো গ্ৰেপ্তাৰ কৰে । দুয়োকে সোমবাৰে বঙাইগাঁৱলৈ অনা হয় আৰু মঙলবাৰে বঙাইগাঁৱৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে ।
বঙাইগাঁৱৰ বোৱাৰীক হাৰিয়ানালৈ পলুৱাই নি গ্ৰেপ্তাৰ হ'ল ফেচবুক ফ্ৰেণ্ড - assam police
বঙাইগাঁৱৰ বোৱাৰীক হাৰিয়ানালৈ পলুৱাই নিলে ফেচবুক ফ্ৰেণ্ডে । হাৰিয়ানাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে বোৱাৰীগৰাকীক । প্ৰেমিকক গ্ৰেপ্তাৰ ।
বঙাইগাঁও,18জুনঃ ফেচবুকে ধ্বংস কৰিলে এখন সংসাৰ ৷ ফেচবুকত চিনাকী হৈ প্ৰথমে বাৰ্তালাপ আৰু পাচত জীৱন সংগী হ'বলৈ প্ৰেমিকৰ সৈতে হাৰিয়ানা পালেগৈ অসমৰ এগৰাকী বিবাহিত মহিলা ৷ অসমৰ বঙাইগাঁৱৰ বোৱাৰীক ফেচবুক ফ্ৰেণ্ডে পলুৱাই নিলে হাৰিয়ানালৈ । প্ৰায় আঢ়ৈ মাহৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বঙাইগাঁৱৰ বোৱাৰীগৰাকীক । ৩৮ বছৰীয়া ফেচবুক ফ্ৰেণ্ড যোগেন্দ্ৰ ওৰফে টোনী বাৰ্মাক আটক কৰিছে আৰক্ষীয়ে । বৰ্তমান দুয়ো বঙাইগাঁও সদৰ থানাৰ আলহী । উল্লেখ্য যে, যোৱা ২৯ মাৰ্চত নিৰুদ্দেশ হৈছিল এটা সন্তানৰ মাতৃ বোৱাৰীগৰাকী । পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও বোৱাৰীগৰাকীৰ সন্ধান পোৱা নাছিল । শেষত পৰিয়ালৰ ফালৰ পৰা ১৩ এপ্ৰিলত বঙাইগাঁও থানাত দিয়া হৈছিল বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ এখন এজাহাৰ । সেইমতে আৰক্ষীয়ে পঞ্জীয়ন কৰে ২৩৬/২০১৯ নম্বৰৰ এক অপহৰণৰ গোচৰ । অৱশেষত বঙাইগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক পাউলুছ নাৰ্জাৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে হাৰিয়ানাত বোৱাৰীগৰাকীক উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে প্ৰেমিক টোনীকো গ্ৰেপ্তাৰ কৰে । দুয়োকে সোমবাৰে বঙাইগাঁৱলৈ অনা হয় আৰু মঙলবাৰে বঙাইগাঁৱৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে ।
হাৰিয়ানাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে বোৱাৰীগৰাকীক। প্ৰেমিকক গ্ৰেপ্তাৰ ।
Body: অসমৰ বোৱাৰীক ফেচবুক ফ্ৰেণ্ডে পলুৱাই নিলে হাৰিয়ানালৈ। আঢ়ৈ মাহৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বোৱাৰীগৰাকীক। ৩৮ বছৰীয়া ফেচবুক ফ্ৰেণ্ড যোগেন্দ্ৰ ওৰফে টোনী বাৰ্মাক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান দুয়ো বঙাইগাঁও সদৰ থানাত আছে।
ঘটনাটো বঙাইগাঁৱৰ। যোৱা ২৯ মাৰ্চত নিৰুদ্দেশ হৈছিল এটা সন্তানৰ মাতৃ বোৱাৰীগৰাকীয়ে। হাৰিয়ানাৰ ৰোহতাক জিলাৰ টোনীয়ে ফেচবুকৰ জৰিয়তে বন্ধুত্ব স্থাপন কৰিছিল বোৱাৰীগৰাকীৰ সৈতে। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও বোৱাৰীগৰাকীৰ সন্ধান পোৱা নাছিল। শেষত পৰিয়ালৰ ফালৰ পৰা ১৩ এপ্ৰিলত বঙাইগাঁও থানাত দিয়া হৈছিল বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ এখন এজাহাৰ। সেইমতে আৰক্ষীয়ে পঞ্জীয়ন কৰে ২৩৬/২০১৯ নম্বৰৰ এক অপহৰণৰ গোচৰ। অৱশেষত বঙাইগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক পাউলুছ নাৰ্জাৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে ১৩ জুনত হাৰিয়ানালৈ যাত্ৰা কৰে। হাৰিয়ানাত বোৱাৰীগৰাকীক উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে প্ৰেমিক টোনীকো গ্ৰেপ্তাৰ কৰে । দুয়োকে কালি বঙাইগাঁৱলৈ আনে আৰু আজি দুয়োকে বঙাইগাঁওৰ আদালতত হাজিৰ কৰে। এতিয়া বোৱাৰীগৰাকী নিজৰ ঘৰতে থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিছে।।
বাইট : অচি বঙাইগাঁও সদৰ থানা ।
প্ৰেমিক যোগেন্দ্ৰ ওৰঙে টনি ।
Conclusion:ফেচবুক প্ৰেমত পৰি বহু সংশাৰ ধ্বংহ প্ৰায় অৱস্থাৱ। শেষতিয়াকৈ এই প্ৰেমিক প্ৰেমিকাৰ ঘটনাও প্ৰায় একে ধৰনৰ। কোনোমতে বঙাইগাঁও আৰক্ষীৰ সহযোগত ৰক্ষা পৰিল সংশাৰ টো আৰু এজন কনমানি শিশুৰ ভৱিষ্যত ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।