ETV Bharat / jagte-raho

ৰাহুল গান্ধীৰ সভাঃ জনসাধাৰণক নিৰাপত্তা দিবলৈ সময় নাই আৰক্ষীৰ - আৰক্ষী

জনপ্ৰতিনিধিৰ নিৰাপত্তাত ব্যস্ত আৰক্ষী প্ৰশাসন । জনসাধাৰণৰ অভিযোগৰ পাচতো ঘটনাস্থলীত উপস্থিত নহ'ল আৰক্ষী । জনপ্ৰতিনিধিৰ নিৰাপত্তাৰ স্বাৰ্থত তুচ্ছ জনসাধাৰণৰ জীৱন

Sarupather
author img

By

Published : Apr 3, 2019, 11:49 AM IST

সৰুপথাৰ,03 এপ্ৰিলঃনিৰ্বাচনসংক্ৰান্তীয় নিৰাপত্তাত আৰক্ষীৰ ব্যস্ততাৰ সুযোগ লৈ থাকোতে ৰাজ্যৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ উঠিছে গাড়ী চুৰি চক্ৰ । সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডত সৰুপথাৰ আৰক্ষী থানাৰ নিচেই কাষৰে পৰা একে নিশাইচুৰি দুখনকৈ স্কুটি।

জনসাধাৰণক নিৰাপত্তা দিবলৈ সময় নাই আৰক্ষীৰ

সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডৰ মিনু গগৈ নামৰ মহিলা গৰাকীৰ চৌহদৰ পৰা চোৰে দুখন AS-05L-0681 আৰু AS-05E-6436 নম্বৰৰ স্কুটি চুৰি কৰি নিয়ে | লগতে এখন এভেঞ্জাৰ বাইক চোৰে চুৰি কৰি নিব নোৱাৰি আধা বাটতে এৰি থৈ যায় | চোৰৰ দলটোৱে লোৰ ৰডেৰেগেটৰ তলা ভাঙি ঘৰৰ চৌহদত প্ৰৱেশ কৰি লুটপাত চলায় | আনহাতে বুধবাৰে পুৱা ঘটনা সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত গৃহস্থই লিখিত অভিযোগ দিয়াৰ পাচতোবোকাখাতত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰত আৰক্ষী ব্যস্ত থকাৰ অজুহাত দেখুৱাই আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে গৃহস্থই |

Intro:সৰুপথাৰত পুনৰ সক্ৰিয় গাড়ী চুৰি চক্ৰ. । সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডত সৰুপথাৰ আৰক্ষী থানাৰ নিচেই কাষতে গৃহস্থৰ গেটৰ তলা ভাঙি ঘৰৰ গেৰেজৰ পৰা যোৱা নিশা চোৰে দুখনকৈ স্কুটি চুৰি কৰি নিয়ে আৰু এখন এভেঞ্জাৰ বাইক চোৰে চুৰি কৰি নিব নোৱাৰি আধা বাটতে এৰি থৈ যায় |
Body:সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডৰ মিনু গগৈ নামৰ মহিলা গৰাকীৰ চৌহদৰ পৰা দুখন এ এছ ০৫ এল ০৬৮১ আৰু এ এছ ০৫ ই ৬৪৩৬ নম্বৰৰ স্কুটি চুৰি কৰি নিয়ে | চোৰৰ দলটোৱে সৰু সৰু লো ৰ ৰডৰ টুকুৰাৰে গেটৰ তলা ভাঙি ঘৰৰ চৌহদত প্ৰৱেশ কৰি লুট পাত চলায় |

আজি পুৱা ঘটনা সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত গৃহস্থই লিখিত অভিযোগ দিয়াৰ পিছতো আৰক্ষী উপস্হিত নহল গৃহস্থৰ ঘৰত | বোকাখাতত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰত আৰক্ষী ব্যস্ত থকাৰ অজুহাত দেখুৱাই আৰক্ষী স্কুটি চুৰি হোৱা গৃহস্থৰ ঘৰত যাবলৈ পলম হব বুলি কয় সৰুপথাৰ আৰক্ষীয়ে | এই অভিযোগ গৃহস্থৰ |Conclusion:BYTE 1 :- Scooty owner Woman

BYTE 2 :- Bike Owner

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.