হোজাই,23 ছেপ্তেম্বৰ: হোজাইত দিন-দুপৰতে চোৰৰ আতংক ৷ জিলাখনৰ শংকৰদেৱ নগৰত মঙলবাৰে সংঘটিত হয় এক বাইক চুৰিৰ ঘটনা । গেটৰ সম্মুখত ৰখাই থোৱা অৱস্থাত বাইকখনৰ তলা ভাঙি চোৰে চুৰ কৰি নিয়ে ৷ উল্লেখ্য যে,চুৰি হোৱা টিভিএছ আপাচী বাইকখনৰ গৰাকীৰ নাম মনোজ কুমাৰ দে বুলি জানিব পৰা গৈছে ৷ অদ্যপি চুৰি কৃত বাইকখনৰ পঞ্জীয়ন নম্বৰ এএছ 02 এবি 5233 ৷ ইতিমধ্যে বাইকখনৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত শংকৰদেৱ নগৰ আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ ৷
হোজাইত দিন দুপৰতে বাইক চুৰি - Bike stole at noon in hojai assam etv bharat news
হোজাইৰ শংকৰদেৱ নগৰত মঙলবাৰে সংঘটিত হৈছে এক বাইক চুৰিৰ ঘটনা । গেটৰ সম্মুখত ৰখাই থোৱা অৱস্থাত বাইকখনৰ তলা ভাঙি চোৰে চুৰ কৰি নিয়ে ৷
বাইক চুৰি