ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : পাকিস্তানৰ মিয়ানৱালীত বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত এক আক্ৰমণৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে, অচিনাক্ত বন্দুকধাৰীয়ে মিয়ানৱালীত পাকিস্তান বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে । পাকিস্তানী সংবাদ মাধ্যমে এই আক্ৰমণৰ সৈতে সম্পৰ্কিত বহু ভিডিঅ' প্ৰকাশ কৰিছে । প্ৰতিবেদনত কোৱা হৈছে যে তেহৰিক-ই-জিহাদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।
-
Multiple Pakistani journalists report and videos emerge where reportedly unknown gunmen have stormed a Pakistani Airforce training base in Mianwali, inflicting casualties. More details are awaited. pic.twitter.com/krvyXtG9Hg
— ANI (@ANI) November 4, 2023 " class="align-text-top noRightClick twitterSection" data="
">Multiple Pakistani journalists report and videos emerge where reportedly unknown gunmen have stormed a Pakistani Airforce training base in Mianwali, inflicting casualties. More details are awaited. pic.twitter.com/krvyXtG9Hg
— ANI (@ANI) November 4, 2023Multiple Pakistani journalists report and videos emerge where reportedly unknown gunmen have stormed a Pakistani Airforce training base in Mianwali, inflicting casualties. More details are awaited. pic.twitter.com/krvyXtG9Hg
— ANI (@ANI) November 4, 2023
প্ৰতিবেদনত এইটোও কোৱা হৈছে যে সেনাই প্ৰতিশোধস্বৰূপে কেইবাজনো আক্ৰমণকাৰীক হত্যা কৰিছে । তথ্য অনুসৰি, শুকুৰবাৰে নিশা উত্তৰ পাকিস্তানৰ মিয়ানৱালীত পাকিস্তানৰ বায়ুসেনা ঘাটিত আত্মঘাতী বোমাৰুৰ দ্বাৰা এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা হয় । এই আক্ৰমণৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত কোনো নিশ্চিতি পোৱা হোৱা নাই ।
-
Breaking⚠️
— unsung_sanatani (@unsung_sanatani) November 4, 2023 " class="align-text-top noRightClick twitterSection" data="
Pakistan's air force station #Mianwali is under heavy attack.
Reports claiming that many jets are destroyed by Tehreek-e-Jihad Pakistan (TJP) fidayeen.#Pakistan #earthquake #GazaGenocide #Gaza #Balochistan #india pic.twitter.com/UY4yxsUlpL
">Breaking⚠️
— unsung_sanatani (@unsung_sanatani) November 4, 2023
Pakistan's air force station #Mianwali is under heavy attack.
Reports claiming that many jets are destroyed by Tehreek-e-Jihad Pakistan (TJP) fidayeen.#Pakistan #earthquake #GazaGenocide #Gaza #Balochistan #india pic.twitter.com/UY4yxsUlpLBreaking⚠️
— unsung_sanatani (@unsung_sanatani) November 4, 2023
Pakistan's air force station #Mianwali is under heavy attack.
Reports claiming that many jets are destroyed by Tehreek-e-Jihad Pakistan (TJP) fidayeen.#Pakistan #earthquake #GazaGenocide #Gaza #Balochistan #india pic.twitter.com/UY4yxsUlpL
প্ৰতিবেদনত লগতে কোৱা হৈছে যে তালিবানৰ সৈতে সম্পৰ্কিত সন্ত্ৰাসবাদী গ্ৰুপ তেহৰিক-ই-জিহাদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । আনহাতে, পাকিস্তানী সেনাই এই আক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে সন্ত্ৰাসবাদীৰ ওপৰত প্ৰতিশোধ লয় । লগতে দাবী কৰা হৈছে যে আক্ৰমণকাৰীয়ে বিমানঘাটিটোক আৱৰি ৰখা দেৱাল অতিক্ৰম কৰিবলৈ জখলা ব্যৱহাৰ কৰিছিল আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আছিল । আনহাতে, এক অসমৰ্থিত সূত্ৰত কোৱা হৈছে যে এই আক্ৰমণটোত বিমানঘাটিৰ ভিতৰত ৰখাই থোৱা কেইবাখনো বিমান ধ্বংস হৈছে ।
-
Tehreek-e-Jihad Pakistan (TJP) claims that their fidayeens have attacked Mianwali Pakistan Airforce airbase in punjab and destroyed many small & Big jets along with killing PAF Pilots & forces personnel, Ops ongoing....
— Megh Updates 🚨™ (@MeghUpdates) November 4, 2023 " class="align-text-top noRightClick twitterSection" data="
Local residents posted unverified video footage on social… pic.twitter.com/HVwiAcjj1I
">Tehreek-e-Jihad Pakistan (TJP) claims that their fidayeens have attacked Mianwali Pakistan Airforce airbase in punjab and destroyed many small & Big jets along with killing PAF Pilots & forces personnel, Ops ongoing....
— Megh Updates 🚨™ (@MeghUpdates) November 4, 2023
Local residents posted unverified video footage on social… pic.twitter.com/HVwiAcjj1ITehreek-e-Jihad Pakistan (TJP) claims that their fidayeens have attacked Mianwali Pakistan Airforce airbase in punjab and destroyed many small & Big jets along with killing PAF Pilots & forces personnel, Ops ongoing....
— Megh Updates 🚨™ (@MeghUpdates) November 4, 2023
Local residents posted unverified video footage on social… pic.twitter.com/HVwiAcjj1I
ইয়াৰ উপৰি কিছু পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সেনাই আক্ৰমণটো বিফল কৰে আৰু বিমানঘাটিত থকা কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰে । আনহাতে, ৩ সন্ত্ৰাসবাদীক সময়মতে আৰু কাৰ্যকৰীভাৱে প্ৰত্যুত্তৰ দিয়ে । পাকিস্তানী সেনাবাহিনীয়ে বিমানঘাটিৰ ভিতৰত সন্ত্ৰাসবাদীকেইটাক হত্যা কৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আক্ৰমণৰ সময়ত ৰখাই থোৱা তিনিখন বিমান আৰু এটা ইন্ধন ব্ৰাউজাৰো ক্ষতিগ্ৰস্ত হয় । অঞ্চলটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবলৈ এতিয়াও এক বৃহৎ আৰু যুটীয়া অনুসন্ধান অভিযান চলি আছে ।
লগতে পঢ়ক :Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 128 জনৰ মৃত্যু