ETV Bharat / international

শিশুসহ 34 গৰাকী নিৰীহক হত্যা কৰি আত্মহত্যা ঘাতকৰ

author img

By

Published : Oct 6, 2022, 4:04 PM IST

Updated : Oct 6, 2022, 4:09 PM IST

থাইলেণ্ডৰ নাৰ্চাৰীত দুৰ্বৃত্তৰ গুলীচালনা ৷ এই গুলীচালনাত অভিযুক্ত লোকজন প্ৰাক্তন আৰক্ষী বিষয়া পানিয়া খামৰাব বুলি জানিব পৰা হৈছে(Thiland former police officer killed several) ৷ ২০২১ চনত ড্ৰাগ পৰীক্ষাত বিফল হোৱাৰ বাবে আৰক্ষীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল খামৰাব (Thailand mass shooting accused) ।

several killed in mass shooting at north eastern province of Thailand

ইণ্টাৰনেচনেল ডেস্ক, ৬ অক্টোবৰ : থাইলেণ্ডৰ এখন নাৰ্চাৰীত বৃহস্পতিবাৰে দুৰ্বৃত্তৰ গুলীচালনাত প্ৰায় 34 জন লোকে অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়(Thailand mass shooting casualties) । উত্তৰ পূৱ থাইলেণ্ডৰ নং বুৱা লাম্ফু প্ৰদেশৰ না ক্লং জিলাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাত 22 টি শিশুৰো মৃত্যু হয় (Thailand mass shooting case ) ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, শিশু কেন্দ্ৰত গুলীচালনা কৰা লোকজন পানিয়া খামৰাব(৩৪)(Thailand day care centre shooting) । তেওঁ এজন প্ৰাক্তন আৰক্ষী বিষয়া(Mass shooting in Thailand) ৷ তেওঁ 6 Kor 6499 নম্বৰৰ এখন বগা টয়োটা ভিগো পিকআপ ট্ৰাক আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে(Thailand Central Investigation Police news today) ৷

আনহাতে সংবাদ মাধ্যমৰ পৰা জানিব পৰা অনুসৰি, দুৰ্বৃত্তটোৱে অহৰ্নিশে গুলীচালনা কৰাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু গুলীয়াই আত্মহত্যা কৰে (Thailand mass shooting accused ) ৷ তেওঁক ২০২১ চনত ড্ৰাগ পৰীক্ষাত বিফল হোৱাৰ বাবে আৰক্ষী বাহিনীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল(Mass shooting in Thailand ) ।

লগতে পঢ়ক: কেলিফৰ্ণিয়াত অপহৃত শিখ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ

Last Updated : Oct 6, 2022, 4:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.