ETV Bharat / international

ক’ভিড-19ৰ সময়চোৱা আছিল সূৰ্যাস্তৰ সময় : বাইডেন - biden to mark nation crossing 500000 covid19 deaths etv bharat news

মহামাৰী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা প্ৰায় 5 লাখ লোকৰ আত্মাৰ চিৰশান্তিৰ বাবে ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউচত সোমবাৰে ম’মবাতি জ্বলাই মৌন প্ৰৰ্থনা কৰিব ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰথম মহিলা জিল বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগ এহমাফে ৷

সূৰ্যাস্তৰ সময় ৰূপে চিহ্নিত হ’ল আমেৰিকা

author img

By

Published : Feb 22, 2021, 10:46 AM IST

Updated : Feb 22, 2021, 11:20 AM IST

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্ব মহামাৰী ক’ৰ’না ভাইৰাচক লৈ ত্ৰস্তমান হৈ থকাৰ সময়তে সোমবাৰে হোৱাইট হাউচত দেখা পোৱা যাব নিৰৱতা ৷ বিগত এবছৰত মহামাৰী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা প্ৰায় 5 লাখ লোকৰ আত্মাৰ চিৰশান্তিৰ বাবে ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউচত ম’মবাতি জ্বলাই মৌন প্ৰৰ্থনা কৰিব ৷

এই কাল মহামাৰীত মৃত্যু হোৱা লোক সকলক সকলোৱে সন্মানৰ দৃষ্টিৰে চোৱাৰ লগতে এই সময় চোৱাক সূৰ্যাস্তৰ সময় বুলি অভিহিত কৰিছে হোৱাইট হাউছে ৷ সোমবাৰে হোৱাইট হাউচত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰথম মহিলা জিল বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগ এহমাফে ৷ উল্লেখ্য যে, বিগত এমাহৰ পূৰ্বে এক উদ্বোধনী অনুষ্ঠানৰ বাবে ৱাশ্বিংটনত উপস্থিত হৈছিল আৰু তাতেই তেওঁ COVID-19 স্মাৰক অনুষ্ঠানত মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়কঃ মাজুলীৰ মধ্য কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত গোস্বামীৰ দেহাৱসান

Last Updated : Feb 22, 2021, 11:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.