ETV Bharat / international

আফগানিস্তানৰ বোমা বিস্ফোৰণত 6 গৰাকী নিহত

কাণ্ডাহাৰৰ ডণ্ড জিলাত সংঘটিত এই বোমা বিস্ফোৰণত নিহত একেটা পৰিয়ালৰে ছয় গৰাকীকৈ সদস্য ৷

author img

By

Published : Jun 12, 2019, 6:53 AM IST

etv bharat

কাবুল, 12 জুন: আফগানিস্তানত মঙলবাৰে নিশা সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ আফগানিস্তানৰ কাণ্ডাহাৰ প্ৰদেশত হোৱা এই বিস্ফোৰণত প্ৰায় ছয় গৰাকীকৈ লোক নিহত হয় ৷

স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা প্ৰায় 9 বজাত ডণ্ড জিলাত সংঘটিত হয় এই বিস্ফোৰণ ৷ নিৰাপত্তা বিষয়াই প্ৰকাশ কৰা অনুসৰি একেটা পৰিয়ালৰে দুজন পুৰুষ, দুগৰাকী মহিলা সহিতে দুটি শিশুৱে কৰুণভাৱে মৃত্যুক সাৱতি লয় ৷

https://www.aninews.in/news/world/asia/afghanistan-6-dead-in-roadside-bomb-blast20190612040808/

আফগানিস্তানৰ বোমা বিস্ফোৰণত 6 গৰাকী নিহত

কাণ্ডাহাৰৰ ডণ্ড জিলাত সংঘটিত এই বোমা বিস্ফোৰণত নিহত একেটা পৰিয়ালৰে ছয় গৰাকীকৈ সদস্য ৷

কাবুল, 12 জুন:  আফগানিস্তানত মঙলবাৰে নিশা সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ আফগানিস্তানৰ কাণ্ডাহাৰ প্ৰদেশত হোৱা এই বিস্ফোৰণত প্ৰায় ছয় গৰাকীকৈ লোক নিহত হয় ৷

স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা প্ৰায় 9 বজাত ডণ্ড জিলাত সংঘটিত হয় এই বিস্ফোৰণ ৷ নিৰাপত্তা বিষয়াই প্ৰকাশ কৰা অনুসৰি একেটা পৰিয়ালৰে দুজন পুৰুষ, দুগৰাকী মহিলা সহিতে দুটি শিশুৱে কৰুণভাৱে মৃত্যুক সাৱতি লয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.