ETV Bharat / international

G7 ৰ অংশীদাৰ নোহোৱাৰ স্বৰ্তেও কেনেদৰে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিলে ভাৰতে? - ফ্ৰাঞ্চ

G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰাঞ্চৰ সাগৰীয় চহৰ বিয়াহিট্জত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভাৰত G7 ৰ অংশীদাৰ নহয় যদিও ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰোণৰ বিশেষ অতিথি হিচাপে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

G7 ৰ অংশীদাৰ নোহোৱাৰ স্বৰ্তেও কেনেদৰে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিলে ভাৰতে?
author img

By

Published : Aug 26, 2019, 2:02 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্টঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰাঞ্চৰ সাগৰীয় চহৰ বিয়াহিট্জত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভাৰত G7 ৰ অংশীদাৰ নহয় যদিও ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰোণৰ বিশেষ অতিথি হিচাপে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখযোগ্য যে, G7 দেশকেইখন হৈছে সংযুক্ত যুক্তৰাষ্ট্ৰ, কানাডা, ফ্ৰাঞ্চ,জাৰ্মানী, ইটালী, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

WHY WAS PM MODI INVITED TO G7 DESPITE INDIA NOT BEING A PART OF IT
G7 ৰ অংশীদাৰ নোহোৱাৰ স্বৰ্তেও কেনেদৰে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিলে ভাৰতে?
বিদেশ মন্ত্ৰমালয়ে জানিবলৈ দিয়ে যে ভাৰতৰ এই সন্মিলনত অংশগ্ৰহণ আৰু ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰোণৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰনেই দুয়োগৰাকী নেতাৰ ব্যক্তিগত সম্পৰ্কৰ প্ৰতিফলন ৷ ই লগতে ইয়াকো বুজাই যে ভাৰতক বিশ্বয়ে এখন শীৰ্ষ স্থানৰ অৰ্থনীতি বুলি মানি লৈছে ৷
  • The Prime Minister reached Biarritz in France, where he will take part in G-7 Summit.

    In addition to the multilateral components of the Summit, he would also be meeting world leaders in separate bilateral interactions. pic.twitter.com/LoZjUBBZFW

    — PMO India (@PMOIndia) August 25, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
ফ্ৰাঞ্চত উপস্থিত হৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটাৰ্চক সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই বৈঠকতে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগত কাশ্মীৰ আৰু অনুচ্ছেদ 370ক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে ৷
  • Getting down to work in Biarritz.

    PM @narendramodi meets UK PM @BorisJohnson. PM Modi begins by congratulating PM Johnson on England’s spectacular win in the Third Test of the Ashes a short while ago.

    The two leaders are discussing ways to strengthen India-UK cooperation. pic.twitter.com/ADTWAOWC02

প্ৰধানমন্ত্ৰীগৰাকীয়ে সংযুক্ত যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনক সাক্ষাত কৰে ৷ এই সাক্ষাততে দুয়োজন প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ লগতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্ক, বানিজ্য আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি জনাই ৷
উল্লেখযোগ্য যে, G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰিবেশ, জলবায়ু, মহাসাগৰ, ডিজিটেল ৰূপান্তৰ আদিৰ দিশত বক্তৃতা দিব বুলি আশা কৰা হৈছে ৷

বিদেশ মন্ত্ৰমালয়ে জানিবলৈ দিয়ে যে ভাৰতৰ এই সন্মিলনত অংশগ্ৰহণ আৰু ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰোণৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰনে দুয়োগৰাকী নেতাৰ ব্যক্তিগত সম্পৰ্কৰ প্ৰতিফলন ৷ ই লগতে ইয়াকো বুজাই যে ভাৰতক বিশ্বয়ে এখন শীৰ্ষ স্থানৰ অৰ্থনীতি বুলি মানি লৈছে ৷
ফ্ৰাঞ্চত উপস্থিত হৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটাৰ্চক সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই বৈঠকতে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগত কাশ্মীৰ আৰু অনুচ্ছেদ 370ক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে সংযুক্ত যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনক সাক্ষাত কৰে ৷ এই সাক্ষাততে দুয়োজন প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ লগতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্ক, বানিজ্য আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি জনাই ৷
উল্লেখযোগ্য যে, G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰিবেশ, জলবায়ু, মহাসাগৰ, ডিজিটেল ৰূপান্তৰ আদিৰ দিশত বক্তৃতা দিব বুলি আশা কৰা হৈছে ৷
EC1Ae-1XoAAKj4E.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.