ETV Bharat / international

কেব সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখপাত্ৰৰ প্ৰেছ বিজ্ঞপ্তি - Spokesperson of the UN High Commissioner for Human Rights' press briefing on CAB

কেব সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখপাত্ৰই প্ৰেছ বিজ্ঞপ্তি আগবঢ়াইছে ৷

কেব সম্পৰ্কত প্ৰেছ বিজ্ঞপ্তি
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
author img

By

Published : Dec 13, 2019, 10:03 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : ৰাজ্যসভাত গৃহীত হোৱাৰ পাচতে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ হস্তাক্ষৰ লাভ কৰি আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখপাত্ৰই ৷ এই আইনক লৈ অসমৰ চাৰিওদিশে বিশাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে বহুকেইজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাব লগা হোৱাৰ পাচতে সমগ্ৰ ঘটনা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ দৃষ্টিগোচৰ হয় ৷ এই আইনক বিভেদমূলক বুলি অভিহিত কৰে মুখপাত্ৰগৰাকীয়ে ৷ এই আইনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷ কিন্তু এই ক্ষেত্ৰত মুছলমানসকলক এই সুবিধাৰ পৰা বহিস্কৃত কৰা বাবে এয়া সম্পূৰ্ণৰূপে জাতিগত বিভেদ বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত প্ৰেছ বিজ্ঞপ্তি
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখপাত্ৰৰ প্ৰেছ বিজ্ঞপ্তি

আৰু পঢ়ক : কেব সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.