নিউজ ডেস্ক, ২৪ আগষ্টঃ বিগত তিনি সপ্তাহ ধৰি মহামাৰী COVID-19 সেৱাৰ বাবে নিয়োজিত হৈ থকা এনএইছএছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰি আহিছে ব্ৰিটেইনৰ প্ৰীন্স উইলিয়াম, তেখেতৰ পত্নী কেট মিডলটন আৰু তেখেতৰ তিনি শিশুৱে ।
![COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6922524_pic.jpg)
বৃহস্পতিবাৰে এনএইছএছ কৰ্মীসকলৰ প্ৰসংশা আৰু মহামাৰীৰ সৈতে যুঁজ দি থকা সকলৰ বাবে ধৰ্মীয় প্ৰাৰ্থনা ঘৰত উপস্থিত হয় । ইয়াৰ উপৰিও বৃহস্পতিবাৰে প্ৰিন্স উইলিয়াম ৮ বজাৰ পূৰ্বে স্টীফন ফ্ৰাইৰ সৈতে এটা স্কিটত উপস্থিত হয় ।