ETV Bharat / international

গ্ৰেপ্তাৰ হ'ল নীৰৱ মোডী

author img

By

Published : Mar 20, 2019, 4:55 PM IST

সোমবাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ কৰ্টে পাজ্ঞাৱ নেশ্বনেল বেংকৰ ঋণ কেলেংকাৰীত জড়িত তথা অৰ্থনৈতিক কেলেংকাৰীত ভাৰতৰ মষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাত থকা নীৰৱ মোডীক গ্ৰেপ্তাৰ কৰে ।

NIRAV MODI

নিউজ ডেস্ক, 20 মাৰ্চঃ লণ্ডনত গ্ৰেপ্তাৰ ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোডী । বুধবাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰ তৰফৰ পৰা সদৰী কৰা হয় এই তথ্য ।

সোমবাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ কৰ্টেপাজ্ঞাৱ নেশ্বনেল বেংকৰ ঋণ কেলেংকাৰীত জড়িত তথা অৰ্থনৈতিক কেলেংকাৰীত ভাৰতৰ মষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাত থকা নীৰৱ মোডীক গ্ৰেপ্তাৰ কৰে ।

ETV BHARAT
NIRAV MODI

'ডা টেলেগ্ৰাফ' বাতৰি কাকত খনে নীৰৱ মোদী লণ্ডনৰ থিয়েটাৰ দিষ্ট্ৰিক্টৰ এক বিলাসী এপাৰ্টমেণ্টত আত্মগোপ কৰি থকাৰ বাতৰি প্ৰকাশ কৰিছিল। ইয়াৰ পাচতে আজি নীৰৱ মোডীক লণ্ডনত গ্ৰেপ্তাৰৰ তথ্য ভাৰত চৰকাৰৰ তৰফৰ পৰা নিশ্চিত কৰা হয়।

পাজ্ঞাৱ নেশ্বনেল বেংক কেলেংকাৰীৰ লগত জড়িত নীৰৱ মোডীক ভাৰতৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে ইতিমধ্যে ইণ্টাৰপ'লে 'ৰেড কৰ্ণাৰ নটিছ' জাৰি কৰিছে । উল্লেখ্য যে, নীৰৱ মোডী আৰু তেঁওৰ আত্মীয় মেহুল চক্সী 13,000 কোটি টকাৰ পাজ্ঞাৱ নেশ্বনেল বেংক ঋণ কেলেংকাৰী লগত জড়িত আছিল ।

বিগত বছৰৰ জানুৱাৰী মাহৰ পৰাই নীৰৱ মোদী বিভিন্ন দেশত আত্মগোপন কৰি আছিল ।

Nirav_Modi.jpg
NIRAV MODI ARRESTED IN LONDON

গ্ৰেপ্তাৰ হ'ল নীৰৱ মোডী

নিউজ ডেস্ক, 20 মাৰ্চঃ লণ্ডনত গ্ৰেপ্তাৰ ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোডী । বুধবাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰ তৰফৰ পৰা সদৰী কৰা হয় এই তথ্য । 

সোমবাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ কৰ্টে  পাজ্ঞাৱ নেশ্বনেল বেংকৰ ঋণ কেলেংকাৰীত জড়িত তথা অৰ্থনৈতিক কেলেংকাৰীত ভাৰতৰ মষ্ট ৱানণ্টেড অপৰাধীৰ তালিকাত থকা নীৰৱ মোডীক গ্ৰেপ্তাৰ কৰে । 

'ডা টেলেগ্ৰাফ' বাতৰি কাকত খনে নীৰৱ মোদী লণ্ডনৰ থিয়েটাৰ দিষ্ট্ৰিক্টৰ এক বিলাসী এপাৰ্টমেণ্টত আত্মগোপ কৰি থকাৰ বাতৰি প্ৰকাশ কৰিছিল। ইয়াৰ পাচতে আজি নীৰৱ মোডীক লণ্ডনত গ্ৰেপ্তাৰৰ তথ্য ভাৰত চৰকাৰৰ তৰফৰ পৰা নিশ্চিত কৰা হয়। 

পাজ্ঞাৱ নেশ্বনেল বেংক কেলেংকাৰীৰ লগত জড়িত নীৰৱ মোডীক ভাৰতৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে ইতিমধ্যে ইণ্টাৰপ'লে 'ৰেড কৰ্ণাৰ নটিছ' জাৰি কৰিছে । উল্লেখ্য যে, নীৰৱ মোডী আৰু তেঁওৰ আত্মীয় মেহুল চক্সী  13,000 কোটি টকাৰ পাজ্ঞাৱ নেশ্বনেল বেংক ঋণ কেলেংকাৰী লগত জড়িত আছিল ।

বিগত বছৰৰ জানুৱাৰী মাহৰ পৰাই নীৰৱ মোদী বিভিন্ন দেশত আত্মগোপন কৰি আছিল ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.