ETV Bharat / international

লণ্ডনৰ পথ দুৰ্ঘটনাত নিহত ভাৰতীয় যুৱক

author img

By

Published : Apr 13, 2019, 3:03 PM IST

লণ্ডনৰ পথ দুৰ্ঘটনাত মৃত্যু হয় হায়দৰাবাদৰ মহম্মদ অ'চমান আলী নামৰ এজন যুৱক । স্থানীয় এগৰাকী ৰাজনৈতিক নেতাই যুৱকজনৰ পৰিয়ালক সহায় কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক টুইটযোগে অনুৰোধ কৰাৰ পাচতেই পোহৰলৈ আহে এই ঘটনা ।

ETV BHARAT

হায়দৰাবাদ, ১৩ এপ্ৰিলঃ বুধবাৰে লণ্ডনৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা হায়দৰাবাদৰ যুৱক মহম্মদ অ'চমান আলীৰ পৰিয়ালৰ বাবে সহায় বিচাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়লৈ টুইট কৰিলে হায়দৰাবাদৰ এগৰাকী ৰাজনৈতিক নেতাই । হিটথ্ৰ' বিমানবন্দৰৰ ওচৰৰ এটা পথেৰে গৈ থকোতে এখন গাড়ীয়ে অ'চমান আলীক খুন্দা মাৰে । ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন । আঘাতপ্ৰাপ্ত অ'চমান আলীক সংকটজনক অৱস্থাত শীঘ্ৰে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মৃত্যুক সাৱতি লয় যুৱকজনে ।

এই ঘটনাৰ সন্দৰ্ভত স্থানীয় এগৰাকী ৰাজনৈতিক নেতাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক টুইটযোগে অনুৰোধ কৰাৰ পাচতেই পোহৰলৈ আহে এই ঘটনা । ইয়াৰ পাচতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে লণ্ডনস্থিত ভাৰতীয় উচ্চ আয়োগক বিষয়টোৰ সন্দৰ্ভত পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

Hyderabad man dies in London road mishap

লণ্ডনৰ পথ দুৰ্ঘটনাত নিহত ভাৰতীয় যুৱক

লণ্ডনৰ পথ দুৰ্ঘটনাত মৃত্যু হয় হায়দৰাবাদৰ এগৰাকী যুৱক মহম্মদ অ'চমান আলী । স্থানীয় এগৰাকী ৰাজনৈতিক নেতাই যুৱকজনৰ পৰিয়ালক সহায় কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক টুইটযোগে অনুৰোধ কৰাৰ পাচতেই পোহৰলৈ আহে এই ঘটনা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.