ETV Bharat / international

ন’না পেপা আৰু নাই!! - প’গিঅ ইম্পেৰিয়াল

ইউৰোপৰ আটাইতকৈ বৃদ্ধা ব্যক্তি গোচেপিনা ৰ’বাক্কী(ন’না পেপা)ৰ মৃত্যু ৷ ইটালীৰ প’গিঅ ইম্পেৰিয়াল নামৰ চহৰখনত 1903 চনৰ মাৰ্চৰ 20 তাৰিখে জন্মলাভ কৰা আইতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 116 বছৰ 90 দিন ৷

ন’না পেপা আৰু নাই!!
author img

By

Published : Jun 19, 2019, 3:35 PM IST

নিউজ ডেস্ক, 19 জুন: 116 বছৰ বয়সত ইউৰোপৰ আটাইতকৈ বৃদ্ধ ব্যক্তি গোচেপিনা ৰ’বাক্কী(ন’না পেপা)ৰ মৃত্যু ৷ ইটালীৰ প’গিঅ ইম্পেৰিয়াল নামৰ চহৰখনত 1903 চনৰ মাৰ্চৰ 20 তাৰিখে জন্মলাভ কৰা আইতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 116 বছৰ 90 দিন ৷ বিশ্বত আটাইতকৈ বৃদ্ধ মহিলা গৰাকীতকৈ মাত্ৰ দুমাহ সৰু আছিল তেওঁ ৷ বিশ্বত সৰ্বাধিক কাল জিয়াই থকা লোক সকলৰ ভিতৰত 17 নং স্থানত আছিল ন’না পেপা ৷

ETV BHARAT ASSAM
ন’না পেপা আৰু নাই!!

লগতে পঢ়ক: কাকপথাৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

তেওঁৰ পাচঁজন সন্তান, ন গৰাকী নাতি আৰু 16 গৰাকী পৰি-নাতি এই সংসাৰত এৰি গৈছে ৷

3597415_706_3597415_1560874375980.png
EUROPE'S OLDEST WOMAN NO MORE

ন’না পেপা আৰু নাই!!

নিউজ ডেস্ক, 19 জুন: 116 বছৰ বয়সত ইউৰোপৰ আটাইতকৈ বৃদ্ধ ব্যক্তি যোচেপিনা ৰ’বোচী(ন’না পেপা)ৰ মৃত্যু ৷ ইটালীৰ প’জিঅ ইম্পৰিয়েল নামৰ চহৰখনত 1903 চনৰ মাৰ্চৰ 20 তাৰিখে জন্মলাভ কৰা আইতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 116 বছৰ 90 দিন ৷ বিশ্বত আটাইতকৈ বৃদ্ধ ব্যক্তি গৰাকীতকৈ মাত্ৰ দুমাহ সৰু আছিল তেওঁ ৷ বিশ্বত সৰ্বাধিক কাল জিয়াই থকা লোক সকলৰ ভিতৰত 17 নং স্থানত আছিল ন’না পেপা ৷ তেওঁৰ পাচঁজন সন্তান, ন গাৰাকী নাতি আৰু 16 গৰাকী পৰি নাতি এই সংসাৰত এৰি গৈছে ৷   

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.