ETV Bharat / international

ম্যানমাৰত সামৰিক অভ্যত্থানৰ বিৰোধিতাৰে টকিঅ'ত প্ৰতিবাদ

author img

By

Published : Feb 2, 2021, 9:26 PM IST

ম্যানমাৰৰ শাসন ব্যৱস্থা সামৰিক বাহিনীয়ে নিজৰ অধীনলৈ নিয়াৰ পিছতে বিশ্বজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । মঙলবাৰে জাপানৰ টকিঅ'তো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একেটা দিনতে এক বিবৃত্তিৰ জৰিয়তে ম্যানমাৰৰ নেতা আং ছান চ্যু কিক মুকলি কৰি দিবলৈ আহ্বান জনালে জাপানৰ বৈদেশিক মন্ত্ৰী ম'টেগীয়ে ।

ম্যানমাৰত সামৰিক অভ্যত্থানৰ বিৰোধিতাৰে টকিঅ'ত প্ৰতিবাদ
ম্যানমাৰত সামৰিক অভ্যত্থানৰ বিৰোধিতাৰে টকিঅ'ত প্ৰতিবাদ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যু কিক সেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে জাপানৰ টকিঅ'ত শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয় চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, একেটা দিনতে এক বিবৃত্তিযোগে জাপানৰ বৈদেশিক মন্ত্ৰী ম'টেগীয়ে ম্যানমাৰৰ নেতা আং ছান চ্যু কিৰ লগতে সেনাই ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পিছত গ্ৰেপ্তাৰ হোৱা আন নেতাসকলকো মুকলি কৰি দিবলৈ আহ্বান জনায় ।

জাপানৰ মুখ্য কেবিনেট সচিবে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, ম্যানমাৰত গণতন্ত্ৰিক ব্যৱস্থাৰে শাসন আৰম্ভ কৰাৰ ক্ষেত্ৰত দেশখনৰ জনতাৰ প্ৰতি জাপানৰ পূৰ্ণ সমৰ্থন আছে ।

লগতে পঢ়ক:অসামৰিক নেতাসকলক 'তৎক্ষণাৎ' মুক্তি দিবলৈ ম্যানমাৰ সেনালৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.