ETV Bharat / international

কে.পি. শৰ্মা অলিক সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ - নেপালৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল

নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিক নেপালৰ কমিউনিষ্ট দলৰ সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ কৰা হয় ৷ ইয়াৰ পাছতে নেপালৰ শাসনাধিষ্ঠ ৰাজনৈতিক দলটোৰ ভিতৰচৰাত এক তীব্ৰ ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে ৷

PM Oli removed as parliamentary party leader
কে.পি. শৰ্মা অলিক সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ
author img

By

Published : Dec 23, 2020, 10:19 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ : নেপালত উচ্চতম ন্যায়ালয়ে চৰকাৰ ভংগ কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সমূহক গ্ৰহণ কৰিছে ৷ শুকুৰবাৰৰ পৰা মুখ্য ন্যায়াধীশ সহিতে চাৰিগৰাকী ন্যায়াধীশৰ পীঠে এই সন্দৰ্ভত শুনানি প্ৰদান কৰিব ৷

ইয়াৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিক নেপালৰ কমিউনিষ্ট দলৰ সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ কৰা হয় ৷ ইয়াৰ পাছতে নেপালৰ শাসনাধিষ্ঠ ৰাজনৈতিক দলটোৰ ভিতৰচৰাত এক তীব্ৰ ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে ৷ পুষ্পকমল দহাল আৰু মাধৱ কুমাৰ নেপালৰ মাজত হোৱা এক বৈঠকৰ পাছতে অলিক পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, কে পি শৰ্মা অলিয়ে সংসদ ভংগ কৰাৰ পাছতে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত 12 খন আবেদন দাখিল কৰা হৈছিল ৷

লগতে পঢ়ক: আমেৰিকা নৌ সেনাৰ বিধংসকাৰী জন এচ. মেক্কেনক বাধা আৰোপ চীনা সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.