ETV Bharat / international

বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ যাব ৷ ইয়াৰ পিছতেই ফ্ৰাঞ্চৰ বিয়াহিট্জত অনুস্থিত হ’ব লগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহন কৰিব ৷

বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
author img

By

Published : Aug 25, 2019, 10:31 AM IST

ইন্টানেশ্যনেল ডেস্ক, 25 আগষ্টঃ বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেওবাৰে বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ যাব ৷ ইয়াৰ পিছতেই ফ্ৰাঞ্চৰ বিয়াহিট্জত অনুস্থিত হ’ব লগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহন কৰিব ৷ ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে RuPay কাৰ্ড মুকলি কৰিছিল আৰবত, য’ত তেওঁ মন্দিৰলৈ আগবঢ়োৱা প্ৰসাদ RuPay কাৰ্ডৰ জড়িয়তে ক্ৰয় কৰিছিল ৷

উল্লেখযোগ্য যে, বাহৰেইনত প্ৰধানমন্ত্ৰীগৰাকীক The King Hamad Order of the Renaissance সন্মান প্ৰদান কৰা হয় ৷ বাহৰেইনৰ ৰজা হমাদ বিন ইচা অ’ল খালিফক লগ ধৰা সময়ত এই সন্মান প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী গৰাকীক ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহৰেইনত থকা 15,000 লোকৰ লগত মিলিত হয় ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত কলা-কৃষ্টি, মহাকাশ বিজ্ঞান, ISA আৰু RuPay কাৰ্ড সম্বন্ধিয় কেইবাখনো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷

  • Prime Minister Narendra Modi in Bahrain:I feel very honoured&fortunate to be awarded The King Hamad Order of the Renaissance. I am equally honoured by your majesty's friendship for me and for my country. I humbly accept this prestigious honour on behalf of 1.3 billion Indians. pic.twitter.com/vIh5lHjxTu

    — ANI (@ANI) August 24, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, ভাৰত স্বাধীন হোৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাহৰেইন ভ্ৰমণলৈ যোৱা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী ৷

PM MODI TO VISIT SHREENATHJI TEMPLE IN BAHRAIN TODAY

বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইন্টাৰ্নেশ্যনেল ডেস্ক, 25 আগষ্টঃ এক সফল বাহৰেইন ভ্ৰমণৰ পিছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ যাব ৷ ইয়াৰ পিছতেই ফ্ৰাঞ্চৰ বিয়াহিট্জত অনুস্থিত হ’ব লগীয়া G7 শীৰ্ষ সন্মীলনত অংসগ্ৰহন কৰিব ৷ ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে RuPay কাৰ্ড মুকলি কৰিছিল আৰবত য’ত তেওঁ মন্দিৰত আগবঢ়াবলে RuPay কাৰ্ডৰ জড়িয়তে প্ৰসাদ ক্ৰয় কৰিছিল ৷
উল্লেখযোগ্য যে, বাহৰেইনত প্ৰধানমন্ত্ৰীগৰাকীক The King Hamad Order of the Renaissance সন্মান প্ৰদান কৰা হয় ৷ বাহৰেইনৰ ৰজা হমাদ বিন ইচা অ’ল খালিফক লগ ধৰা সময়ত এই সন্মান প্ৰদান কৰা হয় প্ৰধআনমন্ত্ৰী গৰাকীক ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহৰেইনত থকা 15,000 লোকৰ লগত মিলিত হয় ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত কলা-কৃষ্টি, মহাকাশ বিজ্ঞান, ISA আৰু RuPay কাৰ্ড সম্বন্ধিয় কেইবাখনো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷ ভাৰত স্বাধীন হোৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাহৰেইন ভ্ৰমণলৈ যোৱা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.